06/05/2024
বন্ধু এজনৰ প্ৰশ্নঃ এইবিলাক ছোৱালীক বিয়া কৰবালৈ যোগ্যতা লাগে জানোঁ?
#কোন বিলাক?
এইযে যিসকলক কিছু পইচা দিলেই বিচনাত পোৱা যায়।
মানে কি, পইছাত বিক্ৰী হোৱা জনীক বিয়া কৰাবাই কিয়?
মই জানোঁ, তুমি বুজি পোৱা নাই, এনেকৈ ক'লে কোনো বুজিও নাপায়, মানিও নলয়।
অলপ বহলাই কওঁ, আজিকালি প্ৰেম মানে কি জানা? তুমি যদি প্ৰেম কৰিছা তেতিয়া বুজিবলৈ সহজ হব। হয়তো তাইৰ পৰা অভিযোগ হিচাপে শুনিবলৈ পাইছা "তুমি অকনো ৰোমান্টিক নহয়, একেবাৰে আন-ৰোমান্টিক"
ইয়াৰ অৰ্থ হৈছে, প্ৰেম বিনিময়ত দুয়োৰে মাজত সদায় অংগ-পতংগলৈ ইটো সিটো কব লাগিব মানসিক সন্তুষ্টি, ইয়াৰ পাছত শাৰীৰিক সম্পৰ্ক___! এই বিলাক নহলে প্ৰেম আৰু নাথাকে। কমন বিষয়। স্কুল, কলেজ পঢ়া সবেই কৰে।
'মই এইটো কথা বিশ্বাস নকৰোঁ যে, 'সবেই কৰে'। তুমি বিশ্বাস নকৰিলে এতিয়াও ৫০ বছৰ পিছত বাস কৰি আছা।
চহৰৰ বতাহ নোপোৱা বিলাকে হঠাৎ উচ্চ শিক্ষাৰ বাবে চহৰ গুৱাহাটী আদিলৈ গলে প্ৰেম বেছি কৰে। তেতিয়া আৰু শালিন পোছাক নাথাকে। নিয়মিত হিজাব পিন্ধি হায়াৰচেকেণ্ডাৰী পাছ কৰিলেও, শেষত চহৰৰ বতাহে তাৰ সব কাপোৰ উৰাই দিয়ে। ঘৰৰ চোতালত বেড় নাথাকিলে কি হব, ছোৱালীয়ে হেয়াৰ ষ্টেৰইড কৰে।
'সচাই নে?, প্ৰমাণ লাগে ইন্চটাগ্ৰাম অপেন কৰা, দেখাই দিওঁ' মই, নালাগে দিয়ক। তোমাৰ খং বুজি পাইছোঁ কিহৰ ওপৰত, তোমাক হয়তো কোনেও নিদিলে হাঃহাঃ।
শুনা, এইযে প্ৰমাণ হ'ল যে সবেই প্ৰেম কৰে, দুই দিন কফি খুৱালে ল'ৰাৰ জালত পৰি শৰীৰ দিয়ে। শৰীৰ নিদিলেওঁ প্ৰাইভেট পাৰ্ট দেখাই দিয়ে। ছোৱালীবিলাকে বেকআপত দুই চাৰিটা ৰাখিয়ে দিয়ে। পি,জিত থকা বিলাকে ৰাতি দহটা, এঘাৰটালৈ বাহিৰত থাকে। ৰাতি চিনেমা হলত থাকে। পাৰ্টী সদায় কৰে। তুমি কি ভাৱা বিনিময় বাদে সব এনেই হৈ আছে এইবোৰ? পজিটিভ-নেগেটিভ বিনা দূৰত্বত থকাৰ পিছতো একত্ৰিত নহব, কথাটোৱে অবৈজ্ঞানিক।
কোনো শিষ্টাচাৰ নাই! কথা কোৱাৰ ভদ্ৰতা শিকাই নাই। দহৰ পৰা ৰূপৰ সৌন্দৰ্য্যৰ প্ৰশংসা পাই অহংকাৰী হৈ গৈছে। ৰূপ আকৌ কেৱল ইন্চটাগ্ৰামত ভাল দেখা যায়।এইখিনি লৰাবিলাকেও বুজি নাপায়,ছোৱালীও নাপায়।
দুনীয়াৰ ল'ৰা বন্ধু। বিয়াৰ পাছত তো সন্তানৰ "মা" হব লাগিব নহয় জানো? মা হোৱাৰ কোনো চিন তাৰ মাজত দেখা যায়? শিকাই নাই, কেৱল বয়ফ্ৰেণ্ডৰ পৰা ফাষ্টফুড বিলাক খাই শৰীৰত মেটেৰিয়েল বোলা একো নাই, কেৱল আছে এপাচি গেষ্ট্ৰিক।
'তোমাৰ লগত নোৱাৰি দেই, তোমাৰ সবতে সমস্যা, বিয়াই কৰাব নালাগে তোমাৰ'।
কিয় তুমি এইবোৰ বিশ্বাস নকৰিলা নেকি।
কিছু কিছু হয়,
শাৰীৰিক সম্পৰ্কলৈ যোৱা বিলাকৰ সৈতে কোনো সম্পৰ্কৰ কথা নাভাৱিবা। পৰকীয়া বৃদ্ধি পাইছে, সেই হিচাপত ডিভোৰ্চ-ও। কিছুমানে সংসাৰ কৰি আছে তেওঁলোকৰ মাজতো শান্তি নাই। কোনোমতে জীৱন নিৰ্বাহ কৰি আছে। উপায়হীন ভাৱে। না এৰিব পাৰিছে না ভালকে ধৰিব পাৰিছে।
এইবিলাক কিয় হৈছে আছে জানা?
এইবিলাকৰ সব কাৰণৰ প্ৰথম কাৰণ প্ৰেম, পঢ়াৰ যামানাত ইটো সিটো কথাত ভোল খাই, আকাশত উৰোৱাৰ পৰিনাম এয়া।
সেয়ে কওঁ, এই ব্যভিচাৰী সকলক বিয়াৰ কৰাবলৈ আৰু বোলে যোগ্যতা লাগে। এই পাচঁশ, হাজাৰ বাহিৰ কৰি দিয়া। ইয়াতকৈ ভাল সুন্দৰী পাই যাবা।
'তুমি গৈছা নেকি সেইবোৰত? নাই যোৱা নাই? নাযাওঁ কেতিয়াওঁ, দুনীয়া উলটি গলেও নাযাওঁ। যিয়ে এবাৰ আল্লাহৰ ভয় খাইছে তেওঁক আৰু বুজাব নালাগে।
হয়, তুমি চহৰত থাকিলেও এতিয়াও কিন্তু ইমান আমল আদি ধৰি ৰাখিব পাৰিছা। তোমাক কিন্তু মানিব লাগিব।
কি আৰু কৰাৰ, এই প্ৰতিযোগিতাৰ যুগত সফলতা পাবলৈ অলপ দুষ্টামী হব লাগে। মিছা কব লাগে কিছু। সব জানো, বুজিও পাওঁ। কিন্তু সেই সফলতা কেইদিনৰ? কালিয়ে দেখুন মোৰ মৃত্যু হব। মই অৰ্জন কৰা বিষয়টোতো বেলেগে পাব। মোৰ নামত কেৱল পাপটো থাকিব। তুমি তো বেছি জানা তুমি মাদ্ৰাছাত পৰিছা।
মোৰো মাদ্ৰাছাতেই পঢ়িব লাগিছিল। এইবোৰ আৰু ভাল নলগা হৈছে।
'কি কোৱা তোমাৰ মাদ্ৰাছাৰ পঢ়াৰ ইচ্ছা কৰে নেকি?
হয়
'আজিকালি দেখুন অনলাইনত বহুতেই কোৰআন শিক্ষা দিয়ে। অন্ততঃ শুদ্ধকৈ পঢ়িব পাৰিবা। কিছু নিয়মাৱলী শিকিবা হৈ যাব।'
এইখিনি কৰা, তোমাৰ বিয়াক লৈ ইমান চিন্তিত হব নালাগে। মোৰ বন্ধুৰ এজনৰ ভায়েকৰ ছোৱালী আছে। তাই উচ্চ শিক্ষিতৰ লগতে ইছলামিক শিক্ষাৰ কিবা ডিপ্লোমা লৈছে। তাই কেতিয়াও এই আধুনিকতাৰ নামত নিজকে বিলীন কৰা নাই। তাৰ মামাৰ ঘৰত থাকি উচ্চ শিক্ষা অৰ্জন কৰিছে। দহৰ ভিতৰত তাই কিন্তু বেলেগ টাইপৰ।'
আচ্ছা, চাকৰিক লৈ তো তোমাৰ কোনো আপত্তি নাই?
আপত্তিতো নহয়, মহা আপত্তি আছে। কিন্তু পৰিৱেশ, পৰিস্থিতি ,কেনেকুৱা চাকৰি, সেইবোৰ দেখাৰ বিষয়। ছোৱালীক তো এনেই এঠাইত দিয়াও উচিত নহয়।
হব! হব!
আমাৰ কেৱল সংসাৰ হে সুখী হব লাগে। ভাল সন্তানৰ পিতৃ হব পৰাটোৱে সপোন। সেই খিনি তাই দিব পাৰিলেই তাক দি আৰু একো নকৰাও।
এনেই কৈছোঁ, তোমাৰ প্ৰতি মোৰ বিশ্বাস আছে। তুমি ভাল ৰাখিব পাৰিবা। মোৰ ছোৱালী থাকিলে তোমাক দিলোঁ হয়। হাঃহাঃ
চুপ!