Bihpuria Kanyaka

Bihpuria Kanyaka kanyaka milk and other dairy products, breads, eggs and assamase traditional jolpan, ladu. pitha etc.

08/04/2026

পামঅইল মুক্ত সৰিয়হ তেল, মাজুলীৰ গুৰ আৰু Eggless Cake বৰ্তমান বিহপুৰীয়াত উপলব্ধ।

04/04/2026

কণ্যকাত উৎপাদিত দুগ্ধজাত সামগ্ৰী সমূহৰ উপৰিও কণ্যকাৰ উন্নতমানৰ ডীম আৰু বেকাৰি সামগ্ৰীসমূহো বিহপুৰীয়াত পুণৰ উপলব্ধ হৈছে।

Eggless cake ও উপলব্ধ হৈছে।

01/11/2025

আমাৰ বিপনীত বৰ্তমান নিৰামিষ আৰু সামিষ দুয়ো প্ৰকাৰৰ ফ্ৰজেন সামগ্ৰী পেকেটত উপলব্ধ

নিৰামিষ সামগ্ৰী ---
-----------------------
Sweet corns
Green peas
Allo tikki
Malabar poratha
French fries
Cheese corn bites.
Chilli garlic potato. Etc.

সামিষ সামগ্ৰী -----
--------------------
Chicken nuggets
Chicken wings
Chicken pops . Etc.

03/02/2025

যোগান আৰু চাহিদাৰ কিছু পাৰ্থক্য থকাৰ কাৰনে যোৱা দুমাহমান গ্ৰাহকে বিচৰামতে কণ্যকাৰ ডিম যোগান ধৰিব পৰা হোৱা নাছিল। বৰ্তমান ডিমৰ যোগান নিয়মীয়া হৈছে আৰু গ্ৰাহকৰ চাহিদামতে যোগান ধৰাহৈছে। ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ।

27/09/2024

বিহপুৰীয়া নগৰত কণ্যকাই যোৱা আঢৈ বছৰধৰি সেৱা আগবঢ়াই আহিছে। বিহপুৰীয়াবাসী ৰাইজেও যথেষ্ট সহযোগিতা আৰু সমৰ্থন আগবঢ়াইছে। আমাৰ ফালৰপৰাও যৎপৰোনাস্তি সেৱা আগবঢ়োৱাৰ চেষ্টা কৰিঅহা হৈছে৷
গাখীৰ, দৈ, ক্ৰীম, পনীৰ, দুগ্ধজাত মিঠাই আদিৰ উপৰিও ব্ৰেড, বিস্কুট, মিঠাতেল, কনী আদি যোগানৰো ব্যবস্থা হৈছে৷
বাহিৰৰপৰা অহা কনীৰ তুলনাত কণ্যকাত উৎপাদিত কনীৰ মান অধিক উন্নত।
বজাৰত উপলব্ধ পামতেলযুক্ত মিঠাতেলৰ বিপৰীতে কন্যকাত উৎপাদিত তেল এশ শতাংশ বিশুদ্ধ সৰিয়হৰ তেল।
সেইদৰে কণ্যকা বেকাৰিৰ ব্ৰেডৰো মান উচ্চমানৰ আৰু মূল্যও তুলনামূলকভাবে কম।
কণ্যকাই যোগানধৰা গাখীৰো স্থানীয় ভাৱে উৎপাদিত গৰুৰ গাখীৰ। ইয়াত অন্য কোনো গাখীৰ মিহলি কৰা নহয়।
আপোনালোকৰ সহযোগিতাই আমাৰ মূলধন।

Address

Main Road. Bihpuria
Bihpuriagaon

Website

Alerts

Be the first to know and let us send you an email when Bihpuria Kanyaka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category