10/06/2026
ৰাজা দা, পাৰ্থ দা হত জুবিন দা ৰ কিমান যে পুৰণি বন্ধু তেওঁলোকে কেতিয়াও দাদা ৰ পৰা একো লোভ নকৰি বন্ধুত্ব চলাই ৰাখিলে কোনো দিন দাদতকৈ ওপৰত যাম দাদা ৰ টকা লৈ চলিম property ঘটিম নাভাবিলে আৰু এই কৰ পৰা অধম কেইজন আহিল নতুন নতুন কৈ শেষ কৰি দিলে দাদাক....