06/06/2026
"আমি কেতিয়াও কোনো ধৰ্ম, ভগৱান বা ধৰ্মীয় ব্যক্তিত্বক অপমান কৰা সমৰ্থন নকৰোঁ। আমাৰ প্ৰিয় নবী (ছঃ)-ক লৈ কৰা অপমানজনক মন্তব্য বা কটু উক্তি কোনো মুছলমানেই সহজে গ্ৰহণ কৰিব নোৱাৰে।যদি কোনোবাই ধৰ্মীয় অনুভূতিত আঘাত হানে, তেন্তে আইনসন্মত আৰু শান্তিপূৰ্ণভাৱে তাৰ প্ৰতিবাদ হ'ব লাগে। মুছলমান ভাই-ভনীসকলক আহ্বান জনাওঁ যে এই বিষয়ত একতাবদ্ধ হৈ গণতান্ত্ৰিক আৰু আইনী পথত নিজৰ মত প্ৰকাশ কৰক।ধৰ্মীয় সম্প্ৰীতি অটুট থাকক, কিন্তু কোনো ধৰ্ম বা নবীৰ অপমান সহ্য কৰা নহ'ব।"