jitumani Deka

jitumani Deka Welcome to My Page, Plz follow me

16/10/2026

2nd part mukuli aji
Last part ba ketia hoi

09/10/2026

Hi friends
Cinema khon kene lagise
Sekh hob sage kom dinot

25/09/2026

জয় বেহেৰবাৰি আউট পোষ্ট
পৰাজয় গুপ্তা ধুনীয়া ধুইছে

25/09/2026

জ্ঞানেশ কুমাৰৰ পদত্যাগ বিচাৰিছে বিজেপি উত্তৰ দি আছে
জ্ঞানেশ কুমাৰৰ বিজেপিৰ নে ইলেকচন কমিছনাৰ

19/09/2026

অসম: ছট পূজাটো আমাৰ অসমত বন্ধ থাকে আজিকালি!
কিন্তু একেই অসমত, "জুবিন-দিৱস"ত কান্দি কান্দিয়ে অসমীয়াই কাৰ্যালয়, স্কুল, কলেজ লৈ যাব লগা হৈছে...আচৰিত!

অসম নে বিহাৰ নে কি
অসমত অসমীয়াৰএ গুৰুত্ব নাই

কি আচৰিত আজি একো অৰ্ডাৰ নাই যে চাকি জ্বলাব সেৱা লবকাৰণ টো কি বাৰু ?কাৰ কি ক্ষতি হই
19/09/2026

কি আচৰিত আজি একো অৰ্ডাৰ নাই যে চাকি জ্বলাব সেৱা লব
কাৰণ টো কি বাৰু ?
কাৰ কি ক্ষতি হই

Jai Zubeen da
19/09/2026

Jai Zubeen da

Jai Vishwakarma
18/09/2026

Jai Vishwakarma

10/09/2026


Our new members
followers baranor group 🎯🔙✅

27/08/2026

এটা ডাঙৰ চিন্তা অসম ভাৰতৰ হই নে নহয় বাৰু
ইমান ডাঙৰ বানপানী হৈ গল কোনো খবৰ নাই
এতিয়া নেপলত বানপানী লগা লগ সাহায্য
কোনোবাই জনাবচোন কি কাৰণ

Address

Darrang
Mangaldai
784144

Website

Alerts

Be the first to know and let us send you an email when jitumani Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category