Ritu's kitchen

Ritu's kitchen My page is about kitchen and home decoration.
(1)

ঘৰতে সুন্দৰ কৈ ফুলা শেৱালি ফুল সুপ্ৰভাত ও নমস্কাৰ জনাঁলো দিনটো শুভ হওঁক 🙏🙏🙏
06/10/2026

ঘৰতে সুন্দৰ কৈ ফুলা শেৱালি ফুল
সুপ্ৰভাত ও নমস্কাৰ জনাঁলো
দিনটো শুভ হওঁক 🙏🙏🙏

06/10/2026

সকলো শুভাকাংক্ষীলৈ
সুপ্ৰভাত ও নমস্কাৰ জনাঁলো 🙏🙏🙏

কাপোৰ ধুবলৈ ভাল,কিন্ত জাপিবলৈ  বহুত এলাহ 😭 ঠিক সেইদৰেই ভাত বনাবলৈ ভাল, কিন্ত  ৰাইজক  ভাত  বাঢ়ি  দিবলৈ বহুত কষ্ট 😄কথাষাৰ...
05/10/2026

কাপোৰ ধুবলৈ ভাল,কিন্ত জাপিবলৈ বহুত এলাহ 😭 ঠিক সেইদৰেই ভাত বনাবলৈ ভাল, কিন্ত ৰাইজক ভাত বাঢ়ি দিবলৈ বহুত কষ্ট 😄
কথাষাৰ একেবাৰেই মিছা নহয় নেকি 💕 কাপোৰ বোৰ জাপিবলৈ বহুত এলাহ লাগিছে 🌷

পৰিয়ালৰ  প্ৰতিজন ব্যক্তিৰ লগত সুখে দুখে  মিলি  থাকি  জীৱনটো  আগুৱাই  নিয়াতো  বহুত  ডাঙৰ  কথা, ভগৱানৰ ওচৰত পাৰ্থনা জনাই...
05/10/2026

পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ লগত সুখে দুখে মিলি থাকি জীৱনটো আগুৱাই নিয়াতো বহুত ডাঙৰ কথা, ভগৱানৰ ওচৰত পাৰ্থনা জনাইছো 🙏 পৰিয়াল টোৰ প্ৰতিজন ব্যক্তিক সুস্হ কৰি ৰাখিবা, তেওঁলোক ৰ অবিহনে আমাৰ সকলো আধৰুৱা 🙏🙏🙏


05/10/2026

আমাৰ ঘৰত নাম এভাগৰ আয়োজন কৰা হৈছিল 🙏🙏🙏


শুভ ৰাতিপুৱা জনাঁলো দিনটো সকলোৰেই শুভ হওঁক তাৰেই ভগৱানৰ ওচৰত পাৰ্থনা 🙏🙏🙏
05/10/2026

শুভ ৰাতিপুৱা জনাঁলো
দিনটো সকলোৰেই শুভ হওঁক তাৰেই ভগৱানৰ ওচৰত পাৰ্থনা 🙏🙏🙏

04/10/2026

সকলোকে শুভ ৰাতি জনাঁলো ও ৰাতিটো সকলোৰেই শুভ হওঁক 🙏🙏🙏

সময়  সাপেক্ষে  ছাদৰ মেখেলা  পৰিধান  কৰিলে  নিজৰেই  কিবা  ভাল  লাগে 💕
04/10/2026

সময় সাপেক্ষে ছাদৰ মেখেলা পৰিধান কৰিলে নিজৰেই কিবা ভাল লাগে 💕

Address

Teliapatty Chandmari Road, Sankar Nagar
Nagaon

Opening Hours

Monday 9am - 5pm
Thursday 9am - 5pm
Sunday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Ritu's kitchen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share