06/11/2022
জীৱনত নতুনকৈ অসমীয়া vlog বনোৱা আৰম্ভ কৰিছো আপোনালোকক অলপ হাহি-ধেমালিৰ মাজেৰে কিছুমান নেদেখা ঠাই vlog ৰ জৰিয়তে দেখাব বিছাৰো please আপোনালোক সকলোৱে মোৰ YouTube channel টো subscribe কৰি দিব লগতে page টো follow দিব আৰু সকলোবোৰ ভিডিও ছাব আৰু ভাল লাগিলে like, comment কৰিব আৰু আপোনাৰ সকলোবোৰ বন্ধু-বান্ধবীলৈ ভিডিওবোৰৰ লিং বোৰ শ্বেয়াৰ কৰি দিব আৰু ভিডিও বোৰত কিবা ভূল-ভ্ৰান্তি হলে comment কৰি জনাব মই পিছত আৰু ভালদৰে সুধৰাই লবলৈ চেষ্টা কৰিম...ধন্যবাদ।