Jibon ek Jatra

Jibon ek Jatra Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jibon ek Jatra, Nazira.

মনৰ পৰা ভাল লগাখিনি… ভাল বুলি ভৱা খিনি আপোনালোকলৈও…পঠালো ।

follow ,like , share কৰি দিব বুলি আশাৰে বাট চালো 🙏

ধন‍্যবাদ

07/08/2026

#বানপীড়িত ৰাইজৰ কাষত শেষ পৰ্যায়তো আমাৰ এক সৰু প্ৰচেষ্টা। বেমাৰ-বিসুখৰ প্ৰাদুৰ্ভাৱ ৰোধৰ উদ্দেশ্যে
#চেনিটাইজেচন কাৰ্যসূচী চলোৱা হৈছে। আহক, সকলো মিলি এক সুস্থ আৰু সুৰক্ষিত পৰিৱেশ গঢ়ি তোলোঁ।

আমি এনেদৰে সাজু বনপিৰিতৰ কাষলৈ যাবলৈ
06/08/2026

আমি এনেদৰে সাজু বনপিৰিতৰ কাষলৈ যাবলৈ

06/08/2026

বৰ্তমান বানপিৰিতৰ পানী কমিবলৈ ধৰিছে আৰু আৰম্ভ হৈছে বেমাৰ, আমি চেষ্টা কৰি যাম প্ৰতিৰোধৰ 🙏

30/07/2026

🟢মৰাণ মেডিকেল চেণ্টাৰৰ সকলো বিশেষজ্ঞ চিকিৎসক আজিৰে পৰা বানপীড়িত ভাই-ভনীসকলৰ কাষলৈ ৰাওনা হৈছে।

🟢এই সময়ত চিকিৎসা সেৱাই বহু জীৱনৰ আশাৰ পোহৰ। মৰাণ মেডিকেল চেণ্টাৰৰ এই মানৱীয় উদ্যোগে সমাজলৈ এক অনুকৰণীয় দৃষ্টান্ত স্থাপন কৰিলে।

27/07/2026

মানৱতা (Humanity)

27/07/2026

🟢বৰ্তমান কাপোৰৰ কিমান প্ৰয়োজন, সেই কথা এই ভিডিঅ’টো চালে আপোনালোকে নিজেই বুজি পাব। বানপানীয়ে বহু পৰিয়ালৰ ঘৰ-বাৰী আৰু প্ৰায় সকলো কাপোৰ ধ্বংস কৰি পেলাইছে। বহু লোকে আজিও পিন্ধিবলৈ উপযুক্ত কাপোৰ নাপাই অতি কষ্টেৰে দিন কটাই আছে।
🟢আমি ৰাস্তা কাষত নিজ চকুৰে দেখিছোঁ যে বহুতে একেবাৰে পিন্ধিব নোৱাৰা, ফটা আৰু ব্যৱহাৰৰ অযোগ্য কাপোৰ থৈ গৈছিল। সেইবাবে সকলো ৰাইজলৈ আমাৰ আন্তৰিক অনুৰোধ—অনুগ্ৰহ কৰি তেনে কাপোৰ নিদিব। বানপীড়িত লোকসকলক সন্মানৰ সৈতে পিন্ধিব পৰা, পৰিষ্কাৰ আৰু ভাল অৱস্থাৰ কাপোৰহে দান কৰক। আপোনালোকৰ এই সৰু সচেতনতাই তেওঁলোকৰ বাবে ডাঙৰ সহায় হ’ব। 🙏

special thanks to Abani chutia for the contribution of some clothes

25/07/2026

🟢বানপীড়িত লোকসকলৰ সহায়ৰ বাবে অহাকালিলৈ আপোনালোকে সঠিক ঠাইৰ নাম জনাব বুলি আন্তৰিকভাৱে আশা ৰাখিলোঁ। 🙏

23/07/2026

🟢নদীৰ মাজত আবদ্ধ এই সকল ব‍্যক্তি
🟢আপোনাৰ সৰু সহায়ে, কাৰোবাৰ জীৱন ৰক্ষা কৰিবও পাৰে ।
🟢 🤝 মানুহক সহায় কৰক, মানৱতা জীয়াই ৰাখক।

please help them 🙏🙏

Address

Nazira

Website

Alerts

Be the first to know and let us send you an email when Jibon ek Jatra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jibon ek Jatra:

Shortcuts

Share