19/01/2026
লক্ষ্য তৃণমূল পৰ্যায়ত জীৱিকাৰ শক্তিশালীকৰণ
অসম চৰকাৰে প্ৰজেক্ট PRAtahm PIG AI ৰ জৰিয়তে গাহৰিৰ জিনগত বিকাশ আৰু উৎপাদনশীলতা বৃদ্ধি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই প্ৰচেষ্টাই এক নতুন বহনক্ষম গ্ৰাম্য বিকাশৰ কাহিনী লিখিব।
Building stronger livelihoods from the grassroots 🌱
Through Project PRAtahm - Pig AI Mission, Assam is modernising pig farming with better breeds, higher productivity and improved incomes.
Under the leadership of HCM Dr. Himanta Biswa Sarma, this initiative is shaping a new, sustainable rural growth story.