Maram mono Pinki

Maram mono Pinki নমস্কাৰ মোৰ অসমবাসী ৰাইজ🙏প্ৰমতে মোৰ পৰিচয় হৈছে ,মই ধেমাজিৰ জীয়ৰী আৰু শিৱসাগৰৰ বোৱাৰী।
https://www.facebook.com/share/1Bg4aVXBnY/

09/08/2026

টকাখিনি সচাঁকৈয়ে বানাক্ৰান্ত লোক সকলকে দিব নে....🤔



07/08/2026

এইজনৰ কথা শুনক..
নাগালেণ্ডৰ মালিক কোন🫵

এইজনক ছাগে ব*লি*য়া 🐕 কা*মু*ৰি*লে 🫵
06/08/2026

এইজনক ছাগে ব*লি*য়া 🐕 কা*মু*ৰি*লে 🫵

06/08/2026

#আজমলে মুখ্যমন্ত্ৰী‌ বিষয়ে কি ক'লে......

তই নিজকে 🐕 বুলি মানি লৈছ যেতিয়া আমাৰ আৰু ক'ব লগা একো নাই 🤗🤣🫵
05/08/2026

তই নিজকে 🐕 বুলি মানি লৈছ যেতিয়া আমাৰ আৰু ক'ব লগা একো নাই 🤗🤣🫵

05/08/2026

বহুত বেছি হাঁহিলো দেই, কথাখিনি শুনি 😂

বানপানীৰ সময়ত পানীত নামি আহি ৰাইজৰ খবৰ লোৱাটো এজন মুখ্যমন্ত্ৰীৰ দায়িত্ব হয়🫵
04/08/2026

বানপানীৰ সময়ত পানীত নামি আহি ৰাইজৰ খবৰ লোৱাটো এজন মুখ্যমন্ত্ৰীৰ দায়িত্ব হয়🫵

04/08/2026

কেনে এতিয়া...😁🫵
অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীক বানপানী গছকাইহে এৰিলে 😂🤣

04/08/2026

অখিল গগৈৰ চেণ্ডেলৰ লগত কিয় লাগি থাকে বাৰু 🤔
এজন মূখ্যমন্ত্ৰীৰ কি এইয়াই কাম নেকি..
আপুনি কি চেণ্ডেল পিন্ধি পোৱাই নাই নেকি ...
অখিল গগৈৰ দৰে সৎ চিন্তা কৰিব পৰাকৈ আপোনাৰ সেইখিনি জ্ঞান আছে জানো..
কেৱল দামী কাপোৰ বা দামী জোতা পিন্ধিলে নহব,মূৰত অলপ মগজ বোলা বস্তুটো থাকিব লাগিব, যিটো বস্ত আপোনাৰ লগত একেবাৰে নাই🫵





ধেমালীৰো এটা সীমা থাকে 😂🤣
04/08/2026

ধেমালীৰো এটা সীমা থাকে 😂🤣

Address

Sibsagar
Sibsagar
785681

Website

Alerts

Be the first to know and let us send you an email when Maram mono Pinki posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Maram mono Pinki:

Shortcuts

Share