25/04/2026
আজি আমাৰ বৈষ্ণৱৰ প্ৰথমটো জন্মদিন 🎂🎈
সকলোৱে আশিৰ্বাদ কৰিব🥰
"আজিৰ পৰা ঠিক এবছৰ আগতে আমাৰ মাজলৈ তুমি আ ই ঘৰলৈ কঢ়িয়াই আনিছিলা আনন্দৰ জোৱাৰ..
তোমাৰ সেই সৰু সৰু দুষ্টামি আৰু মিঠা হাঁহিটোৱেই আমাৰ পৃথিৱীখন পোহৰাই ৰাখিছে। ঈশ্বৰে তোমাৰ জীৱনটো সদায় সুখ, শান্তি আৰু সফলতাৰে ওপচাই তোলক। সদায় কুশলে থাকা তুমি "❤️
জন্মদিনৰ বহুত বহুত শুভকামনা জনাইছো,তুমি সদায় ভাল মানুহ হোৱা তাকেই কামনা কৰিছোঁ 🎈🎁
Maa papa love u jaan🫂💓