02/09/2026
ককাই ভাই হওঁক বা নিজৰ বাই ভনী বোৰ এক হৈ থাকিব লাগে আৰু তেতিয়া বহুত ডাঙৰ ডাঙৰ কথা হলেও সমাধা হৈ যায় বা এজনে আন জনৰ সাহস হৈ থকা যায়।। কিন্তু মূল কথাটো হৈছে এই একতা বোৰৰ মাজত মাক দেউতাক বোৰৰ ভূমিকা কেনে হব লাগে বুলি ভাবে জনাবচোন,,,,, সেইটোও কিন্তু বহুত বেছি ডাঙৰ কথা......