Nazim Online

Nazim Online KALGACHIA

07/07/2026
With Shaina Parbin – I just got recognised as one of their top fans! 🎉
02/07/2026

With Shaina Parbin – I just got recognised as one of their top fans! 🎉

জীৱনজীৱনৰ ৰংবোৰে লুকা -ভাকু খেলে      কি নো এই জীৱনকেতিয়াবা মৰীচিকা যেন লাগে    কেতিয়াবা মথুৰ ক্ষণ ,     কি এই জীৱন।ভা...
01/07/2026

জীৱন
জীৱনৰ ৰংবোৰে লুকা -ভাকু খেলে
কি নো এই জীৱন
কেতিয়াবা মৰীচিকা যেন লাগে
কেতিয়াবা মথুৰ ক্ষণ ,
কি এই জীৱন।

ভাৱনাৰ সাগৰখনৰ যেন পাৰ নাই
মাথো হাহাকাৰ কৰি থাকে,
সঁচাই জীৱনৰ ৰং বোৰৰ তুলনা নাই ..
কি এই জীৱন
ৰাতিপুৱাৰ সূৰ্যৰ পোহৰত
সকলো যেন ষ্পষ্ট
তথাপিওঁ যেন লুকাই আছে
বহুতো বেদনা
কি এই জীৱন।
মনৰ ভাৱনাবোৰ সদায়
সাঁচি ৰাখিব লাগে
কোনোবা দিন আকৌ সকলো
শেষ হৈ যাব,
সকলো নিস্তেজ হৈ যাব
পিছে ভাৱনা বোৰৰ কি হব ?
কি হব ভাৱনাবোৰ ?

যোগাযোগ আৰ হবে না...শুধু মনে থাকবে আমাদেৰ একটা মায়াৰ সম্পৰ্ক ছিলো আৰ হবে না দেখা।
01/07/2026

যোগাযোগ আৰ হবে না...
শুধু মনে থাকবে আমাদেৰ একটা মায়াৰ সম্পৰ্ক ছিলো আৰ হবে না দেখা।

Address

Barpeta
Barpeta
781317

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Telephone

+917663080464

Website

Alerts

Be the first to know and let us send you an email when Nazim Online posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nazim Online:

Shortcuts

Share

Category