Hajrat official

Hajrat official vlogs video, Bengali video,

मौलाना बदरुद्दीन अजमल जी असम के एक जाने-माने व्यक्तित्व हैं। उनके काम या राजनीति को लेकर लोगों की राय अलग-अलग हो सकती है...
27/07/2026

मौलाना बदरुद्दीन अजमल जी असम के एक जाने-माने व्यक्तित्व हैं। उनके काम या राजनीति को लेकर लोगों की राय अलग-अलग हो सकती है, जो कि स्वाभाविक है। लेकिन हाल ही में जिस तरह उन्होंने ऊपरी असम के बाढ़ पीड़ितों की मदद के लिए हाथ बढ़ाया है, वह बेहद सराहनीय और मानवीय कदम है।
​दुख की बात यह है कि इस संकट की घड़ी में भी कुछ लोग सोशल मीडिया पर इसे 'चुनावी राजनीति' कहकर आलोचना करने में लगे हैं। सवाल यह है कि क्या मुसीबत में पड़े लोगों की मदद करना गलत है? आलोचना करने वालों से गुजारिश है कि बहस छोड़कर खुद आगे आएं और अपनी क्षमता अनुसार पीड़ितों की मदद करें।
​ईश्वर/अल्लाह ने हमें इंसान बनाकर एक-दूसरे की मदद करने की सीख दी है। मानव सेवा ही सबसे बड़ा धर्म है। अजमल जी ने अगर मानवीयता के नाते यह कदम उठाया है, तो इसका स्वागत होना चाहिए।
​आइए, सोशल मीडिया पर कीचड़ उछालना बंद करें और एकजुट होकर बाढ़ पीड़ितों का सहारा बनें। इंसानियत ही हमारा मुख्य उद्देश्य होना चाहिए।
​अगर आप इस बात से सहमत हैं, तो इसे आगे जरूर शेयर करें।
​आमीन / जय आई असोम।

26/07/2026

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক (বি এ) পৰীক্ষাৰ চূড়ান্ত ফলাফলত ৯.৪০ CGPA সহ সমগ্ৰ বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি ইতিহাস ৰচিলে কলগাছিয়াৰ আদিতপুৰৰ জীয়ৰী লুৎফা খানমে। কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এইগৰাকী মেধাবী ছাত্ৰীৰ সাফল্যত আমি অত্যন্ত গৌৰৱান্বিত। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক (বি.এ.) চূড়ান্ত পৰীক্ষাত উজ্জ্বল প্ৰদৰ্শন। ৯.৪০ CGPA নম্বৰেৰে বিশ্ববিদ্যালয়...
26/07/2026

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক (বি.এ.) চূড়ান্ত পৰীক্ষাত উজ্জ্বল প্ৰদৰ্শন। ৯.৪০ CGPA নম্বৰেৰে বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান দখল কৰি সমগ্ৰ অঞ্চলটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে কলগাছিয়াৰ আদিতপুৰ গাঁৱৰ জীয়ৰী লুৎফা খানমে। উল্লেখ্য যে, লুৎফা খানম কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী।

Cockroach Janta Party
22/05/2026

Cockroach Janta Party

"মই এজন শান্ত মানুহ, মোক উত্তেজিত নকৰিব"যদি উত্তেজিত কৰে, চম্ভালিব নোৱাৰিব
20/05/2026

"মই এজন শান্ত মানুহ, মোক উত্তেজিত নকৰিব"

যদি উত্তেজিত কৰে, চম্ভালিব নোৱাৰিব

আজি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মানকাচৰৰ নাৰীভিটাত কিছুমান যুৱকৰ সৈতে আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি মত বিনিময় ...
20/05/2026

আজি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মানকাচৰৰ নাৰীভিটাত কিছুমান যুৱকৰ সৈতে আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি মত বিনিময় কৰিলোঁ

আলোচনাত শ্বেৰমান আলী ছাৰৰ ৰাজনৈতিক দৃষ্টিভংগী, নেতৃত্ব আৰু আগন্তুক নির্বাচনক লৈ বিভিন্ন বিষয়ত আলোচনা কৰিলোঁ

কয়াদ আলী বেপাৰী আৰু আমাৰ মাজত নাইআজি দুপৰীয়া ২.৩০ টা বাজাত আজি নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰেতেখেতৰ পৰিত্ৰ আত্মাৰ সদ...
19/05/2026

কয়াদ আলী বেপাৰী আৰু আমাৰ মাজত নাই

আজি দুপৰীয়া ২.৩০ টা বাজাত আজি নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে

তেখেতৰ পৰিত্ৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। বিনম্র শ্রদ্ধাঞ্জলি

Address

Barpeta
781319

Alerts

Be the first to know and let us send you an email when Hajrat official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category