Adnan Restaurant TND

  • Home
  • Adnan Restaurant TND

Adnan Restaurant TND Fast food, fresh taste! Your go-to spot for quick bites.

Adnan Restaurant at Shariatpur Front Of Morden Nursery Near Sky Dental
01/04/2026

Adnan Restaurant at Shariatpur Front Of Morden Nursery Near Sky Dental

31/03/2026
21/09/2025

অশ্ৰুসিক্ত নয়নেৰে সহস্ৰাধিক গুণমুগ্ধৰ জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি Zubeen Garg | Final Journey | Rest In Peace

20/09/2025

আজি বাৰু সৰগত কম সভা বহিছেনে? জ্যোতি প্রসাদ হৈছে সভাপতি, সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা। জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ। সৌৱা খগেন মহন্ত, অর্চনা মহন্তও আছে বহি নিৰলে। দেখিছোঁ আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ, যদিও সভা সংগীজ্ঞৰ নীলপৱনো আছে দীপালী বাইদেউৰ সৈতে। ভিতালীবা আজি ভীষণ ব্যস্ত, জোনবাইৰ দেশলৈ জুবিন আহিছে। সৰগ সজোৱাৰ দায়িত্ব ভিতালীৰ। অৱশ্যে সহায় কৰিবলৈ লগতে আছে গায়ত্রীও। ভগ্নী জংকীৰ চকু আজি চলচলীয়া! এই দিনটোৰ বাবেই যেন ৰৈ আছিল তাই। দাদা আহিব হেঁপাহ পলুৱাই মনৰ কথা পাতিব! আছে আন বহুতো। এচুকত বহি জুবিনদালৈ চাই আছে ৰাজীৱ শদিয়াই। মুঠতে সৰগৰ অসম ভৱনত আজি বিশাল সভা। এয়া মঞ্চতে ভূপেন মামাই জুবিনক আলিংগন কৰিছে। জ্যোতি-বিষ্ণুক হেঁপাহ পলুৱাই কৈছে জুবিনৰ কথা। জুবিন কোন, জুবিন কিয় আৰু জুবিন কি? জ্যোতি-বিষ্ণুৱে মৌন হৈ শুনিছে জুবিনৰ কথা। সভাৰ মাজতে সভাপতি জ্যোতি ককাইদেউ থিয় হৈ উঠিল। কোনেও ধৰিব পৰা নাই কি হ'ল জ্যোতি প্ৰসাদৰ? কলাগুৰুৰ ফালে আকুল দৃষ্টিৰে চাই ক'লে কিবা এটা। সকলো বুজি এইবাৰ বিষ্ণুৰাভাই একপ্ৰকাৰৰ কাঢ়া নির্দেশেই দিলে জুবিনদাক। "আজি সভাত বেলেগ গীত নহ'ব, কেৱল মায়াবিনী চলিব"। সৰগত এতিয়া মায়াবিনীৰ গুঞ্জন। কেৱল মায়াবিনী...

🙏RIP Zubeen da 🙏

Copied.
লিখক জনৰ তথ্য নথকাৰ বাবে নাম প্ৰকাশ কৰিব নোৱাৰিলো।

26/08/2025

I got over 100 reactions on my posts last week! Thanks everyone for your support! 🎉

20/04/2025
26/01/2025
Menu of Adnan Restaurant TND
20/01/2025

Menu of Adnan Restaurant TND

এই মেজিৰ জুইত নিপাত যাওঁক সকলো অসূয়া-অপ্রীতি।মাঘ বিহুৰ আন্তৰিক শুভকামনা।
14/01/2025

এই মেজিৰ জুইত নিপাত যাওঁক সকলো অসূয়া-অপ্রীতি।
মাঘ বিহুৰ আন্তৰিক শুভকামনা।

12/01/2025

: , , , , , , , , , etc…

Thank you for Videography and Amazing Editing
Bhaijaan Rezaul Hassan mama

Address

SHARIATPUR FRONT OF MORDEN NURSERY, KALGACHIA, BARPETA, INDIA

781319

Opening Hours

Monday 06:00 - 23:00
Tuesday 06:00 - 23:00
Wednesday 06:00 - 23:00
Thursday 06:00 - 23:00
Friday 06:00 - 23:00
Saturday 06:00 - 23:00
Sunday 06:00 - 23:00

Telephone

+918638748326

Website

Alerts

Be the first to know and let us send you an email when Adnan Restaurant TND posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Adnan Restaurant TND:

  • Want your business to be the top-listed Food & Beverage Service?

Share