Munmi Munmi & Moina farming

এটি কলি দুটি পাত
28/07/2026

এটি কলি দুটি পাত

পুৱাই পুৱাই কামত ধৰিলোঁ আৰু দেই, কৰ্মই ধৰ্ম
15/07/2026

পুৱাই পুৱাই কামত ধৰিলোঁ আৰু দেই, কৰ্মই ধৰ্ম

এনে লাগিছে যেন আৰু কোনো দিনে খেতি নকৰোঁ, খেতি কৰিবলৈ গৈ  মোৰ মূৰটো গৈছে আৰু আধা আধি , মানুহ বোৰে জানি বুজি কিছুমান কাম ক...
10/07/2026

এনে লাগিছে যেন আৰু কোনো দিনে খেতি নকৰোঁ, খেতি কৰিবলৈ গৈ মোৰ মূৰটো গৈছে আৰু আধা আধি , মানুহ বোৰে জানি বুজি কিছুমান কাম কৰে, গৰু খেদি আমনি লাগিছে আৰু ...... ।

গৰু পালক সকলো লৈ মোৰ বিনম্ৰ অনুৰোধ, খেতিয়কৰ মুখলৈ চাই গৰু বান্ধিব । বহুত কষ্ট কৰি ধান সিঁচা হৈছে গতিকে গৰু এৰি নিদিব।🙏🏻
29/06/2026

গৰু পালক সকলো লৈ মোৰ বিনম্ৰ অনুৰোধ, খেতিয়কৰ মুখলৈ চাই গৰু বান্ধিব । বহুত কষ্ট কৰি ধান সিঁচা হৈছে গতিকে গৰু এৰি নিদিব।🙏🏻

19/06/2026

গৃহিণী হ'লে সন্মান কমকৈ পোৱা যায়, কৰিম কি কপালত ‌কিজানি ‌‌গৃহিণী নামটো লিখা আছে।
সৰু কৈ কুকুৰা ফাৰ্ম কৰিবলৈ চেষ্টা কৰিছো, আপোনালোকৰ সহায় আৰু আশীৰ্বাদ কৰিব ধন্যবাদ।

ভোট জলকীয়া
10/06/2026

ভোট জলকীয়া

আজি আকৌ কুকুৰা পোৱালী কেইটামান আনা হৈছে, ভগৱানৰ কৃপাত মই মোৰ ফাৰ্মখন ডাঙৰ কৰিম বুলি ভাবিছোঁ, অভিজ্ঞতা একেবাৰে নাই সেই বা...
09/06/2026

আজি আকৌ কুকুৰা পোৱালী কেইটামান আনা হৈছে, ভগৱানৰ কৃপাত মই মোৰ ফাৰ্মখন ডাঙৰ কৰিম বুলি ভাবিছোঁ, অভিজ্ঞতা একেবাৰে নাই সেই বাবে প্ৰথমে কম কমকৈ পোৱালী অনা হৈছে। ঘৰতে বহি কিনো কৰিম নহয় জানো সেই বাবে .................. ।


08/06/2026
08/06/2026

নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিছোঁ।

21/02/2026

মোৰ সৰুকৈ বেঙেনা খেতি

Address

Behali
Biswanath Chariali
78417.

Telephone

+919365180305

Website

Alerts

Be the first to know and let us send you an email when Munmi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Munmi:

Shortcuts

Share

Category