J.K Fishery and Poultry Farm

J.K Fishery and Poultry Farm To Promote Fish Farming And Poultry Farming by Scientific Methods.Grow rural economy by doing innovative tecniques of Agriculture ,Pisiculture.

06/01/2026

গোহাৰি ...........
#আমাৰ ঢকুৱাখনা অঞ্চলৰ আশে পাশে একাংশ অসাধু মৎস্য ব্যৱসায়ীয়ে আমাৰ ফিচাৰিৰ মাছ বুলি নগাঁৱৰ পৰা অহা চালানী মাছ বিক্ৰী কৰি থকা খবৰ আমি লাভ কৰিছোঁ।
এইখিনিতে সদাশয় ৰাইজক জনাওঁ যে কেৱল মাঘ বিহু আৰু ব’হাগ বিহুৰ উৰুকা দিনাহে আমাৰ ফিচাৰিত মাছ ধৰা হয়।
গতিকে সেই অসাধু ব্যৱসায়ী সকলৰ কথা বিশ্বাস নকৰে যেন।
সেৱাৰে ......
JK Fishery

Address

Dhakuakhana
ASSAM

Telephone

9101319958

Website

Alerts

Be the first to know and let us send you an email when J.K Fishery and Poultry Farm posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category