KocH BanThai KANAK

Directions

KocH BanThai KANAK Koch Jati Hang Tong

🥰🥰
08/10/2023

🥰🥰

08/10/2023

আজি‌ ছাগলীয়াত কমতা পুৰ ( Koch Rajbongshi ) ৰ‌ এখন‌ বিখ্যাত সভাৰ ( meeting ) আয়োজন কৰা হৈছিল | এই সভাত ( meeting ) ত সগাৰে উপস্থিত থকাৰ বাবে ধন্যবাদ থাকিল 🙏🙏

Cooch Behar Raj Bari ❤️
21/05/2023

Cooch Behar Raj Bari ❤️

আজি গৌৰিপুৰত {K P P} ৰ মিটীং
09/04/2023

আজি গৌৰিপুৰত {K P P} ৰ মিটীং

30/03/2023
19/02/2023

শুক্লধ্বজ কোচ

05/02/2023

আজি জয় শুক্লধ্বজ কোচ
মহা বীৰ চিলাৰায় দিবস উপলক্ষে গাইখোৱা কোজামা ৰ থাকিয়া অল্প উদযাপন কৰিলুঙ🙏

21/01/2023

কি ভাবে গঠন হয় নতুন রাজ্য
How to formed new states

ভারতে নতুন রাজ্য ও অঞ্চল তৈরির ক্ষমতা সম্পূর্ণরূপে ভারতের সংসদের জন্য সংরক্ষিত। সংসদ নতুন রাজ্য ঘোষণা করে, একটি বিদ্যমান রাজ্য থেকে একটি অঞ্চল খোদাই করে, বা দুই বা ততোধিক রাজ্য বা তার অংশগুলিকে একীভূত করে তা করতে পারে।

1) কিভাবে একটি নতুন রাষ্ট্র গঠিত হয়?

সমাধান: আইনের মাধ্যমে সংসদ একটি রাষ্ট্রের অংশকে আলাদা করে একটি পৃথক রাষ্ট্রে পরিণত করতে পারে। দুই বা ততোধিক রাজ্যকে একীভূত করে বা রাজ্যগুলির অংশগুলিকে একত্রিত করে একটি নতুন রাষ্ট্র গঠন করা যেতে পারে। সংসদ যেকোনো রাজ্যের সীমানা বা নাম পরিবর্তন করতে পারে।

2) কে ভারতে নতুন রাজ্য অনুমোদন করে?

সমাধান: ভারতীয় সংবিধানের অনুচ্ছেদ 2 অনুসারে, সংসদ আইন দ্বারা ইউনিয়নে নতুন রাজ্যগুলি প্রবেশ বা প্রতিষ্ঠা করতে পারে। অনুচ্ছেদ 3 এর অধীনে সংসদের রাজ্য গঠনের অধিকার রয়েছে।

3) কে নতুন রাজ্য সৃষ্টি করে?

সমাধান: ভারতে নতুন রাজ্য ও অঞ্চল তৈরির ক্ষমতা সম্পূর্ণরূপে ভারতের সংসদের জন্য সংরক্ষিত। সংসদ নতুন রাজ্য ঘোষণা করে, একটি বিদ্যমান রাজ্য থেকে একটি অঞ্চল খোদাই করে, বা দুই বা ততোধিক রাজ্য বা তার অংশগুলিকে একীভূত করে তা করতে পারে।

4) ভারতে নতুন রাজ্যগুলি কীভাবে গঠিত হয়?

সমাধান: ভারতে নতুন রাজ্য এবং কেন্দ্রশাসিত অঞ্চল তৈরির সাংবিধানিক ক্ষমতা সম্পূর্ণরূপে ভারতের সংসদের কাছে সংরক্ষিত। এটি নতুন রাজ্য/কেন্দ্রশাসিত অঞ্চল ঘোষণা করে, একটি বিদ্যমান রাজ্য থেকে অঞ্চল খোদাই করে, বা দুই বা ততোধিক রাজ্য/কেন্দ্রশাসিত অঞ্চল বা এর অংশগুলিকে একত্রিত করে তা করতে পারে।

The power to create new states and territories in India is entirely reserved for the Parliament of India. Parliament may do so by declaring new states, by carving out a territory from an existing state, or by merging two or more states or parts thereof.

1)How is a new state formed?

Solution: Through law, Parliament can separate part of a state and make it a separate state. A new state can be formed by merging two or more states or by merging parts of states. Parliament can change the boundary or name of any state.

2)Who approves the new state in India?

Solution: According to Article 2 of the Indian Constitution, the Parliament can enter or establish new states in the union by law. The Parliament has the right to create states under Article 3.

3)Who creates new states?

Solution:The power to create new states and territories in India is entirely reserved for the Parliament of India. Parliament may do so by declaring new states, by carving out a territory from an existing state, or by merging two or more states or parts thereof.

4)How are new states formed in India?

Solution:The constitutional power to create new states and union territories in India is entirely reserved with the Parliament of India. It can do so by declaring new States/Union Territories, carving out territory from an existing State, or by amalgamating two or more States/Union Territories or parts thereof.

We want KAMATAPUR

19/01/2023

❣️Koch song❣️

19/01/2023

অসমৰ বহুলোকে কোচৰ ওপৰত কিবা লিখিলে বা বনালে কৰা প্ৰাথমিক ভুল কেইটামানৰ বিষয়ে লিখিবলৈ ওলাইছো -

১) কোচসকলৰ পূৰ্বপুৰুষ হাৰিয়া মণ্ডল - হাৰিয়া মণ্ডল কোচসকলৰ পূৰ্বপুৰুষ নহয় বিশু কোচৰ পিতাকহে আছিল। তেওঁলোকৰ আগতো তথা সমসাময়িক ভাবেও বিভিন্ন অঞ্চলত সৰু-বৰ কোচ ৰাজ্য আছিল।
২) কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশু - ছাৰ এডৱাৰ্ট গেইটৰ কিতাপত আমি শংকল বা শংকলাদিৱ নামৰ এজন কোচ ৰজাৰ নাম পাও যি খ্ৰীষ্টাব্দ ৪ শতিকা বা তাৰ আগৰ হ'ব পাৰে বুলি গেইটে ৰচনা কৰিছে। তাৰোপৰি বংগদেশৰ এক অঞ্চলত দিলীপ নামে আন এজন কোচ ৰজাৰ কথাও পোৱা যায়। বিশুৱে শাসন কৰা কোচ সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল বিশু কোচৰ মাকৰ দেউতাক ( বিশুৰ ককাক ) হাজো কোচে। হাজোৰ দিনত তেওঁলোকে কোচসকলৰ জনজাতীয় ধৰ্ম তথা মাতৃপ্ৰধান সমাজ ব্যৱস্থা মানি চলিছিল। সেইয়েহে হাজো কোচৰ জীয়েক হীৰাই কুচুনী আৰু জীৰাই কুচুনিক বিয়া কৰি হাৰিয়া মণ্ডল হাজো কোচৰ ঘৰত ঘৰ জোঁৱাই থকাৰ দৰে আছিল। পিছত ৰজা হৈ হাজোৰ নাতি বিশুৱে হিন্দু ধৰ্ম গ্ৰহণ কৰি বিশ্বসিংহ নাম লয়। তেতিয়াই ৰাজপৰিয়ালত মাতৃপ্ৰধান সমাজ ব্যৱস্থা লুপ পাই।
৩) কোচবেহাৰ অসমৰ অংশ - সমগ্ৰ উত্তৰপূব ভাৰত, তথাকথিত উত্তৰ বংগ আৰু বাংলাদেশৰ পূব আৰু উত্তৰ অঞ্চলৰ এক ঐতিহাসিক মিল আছে। কোচ ৰজা নৰনাৰায়ণৰ শাসন কালত যেতিয়া কোচ সাম্ৰাজ্য সৰ্বোচ্চ স্তৰত আছিল তেতিয়া এই অঞ্চল একেজন শাসকৰ অধীনত প্ৰত্যক্ষ বা পৰোক্ষভাবে আছিল। সেইসময়ত এই বৃহত্তৰ অঞ্চলটো কামৰূপ নামেৰে পৰিচিত আছিল। গতিকে কোচসকলৰ লগতে এই সমগ্ৰ বৃহত্তৰ অঞ্চলৰ অধিবাসীৰ প্ৰকৃত পৰিচয় হ'ল কামৰূপী। গুৰুচৰিত তথা সমসাময়িক পুথিসমূহত অসম শব্দটো আহোম ভাইসকলক বুজাবলৈ লিখিছে। ইয়াণ্ডাবু সন্ধি পৰ্যন্ত আহোমসকলে শাসন কৰা অঞ্চলহে অসম হ'ব পাৰে। তাৰ পশ্চিমৰ অঞ্চল হৈছে ১৯৪৯ চনলৈকে নিজৰ স্বাধীনতা বাহাল ৰখা কোচবেহাৰ ৰাজ্য। সভ্যতা সংস্কৃতি ইতিহাস তথা ভাষা আৰু লিপিৰ ক্ষেত্ৰত কিছুমান বস্তুৰ মিল থাকিলেও অসম আৰু কোচ ৰাজ্য সদায়েই পৃথক আছিল। গতিকে কোচবেহাৰ অসমৰ অংগ আছিল বা হ'ব লাগে বুলি কোৱাও ভুল। কোচবেহাৰক ১৯৫০ চনত প্ৰতাৰণা কৰি বেংগল আৰু অসমৰ অংগ কৰি বাংলাদেশী (তেতিয়াৰ পূব পাকিস্তানী) শৰণাৰ্থীৰ আশ্ৰয় হিচাপে দিল্লী আৰু বংগই ব্যৱহাৰ কৰিছিল। নিজৰ ইতিহাসক ভালপোৱা তথা সন্মান জনোৱা প্ৰত্যেকজন অসমীয়া তথা ভাৰতীয়ই কোচসকলৰ পৃথক ৰাজ্য আৰু জনজাতি মৰ্যাদা প্ৰদানৰ সংগ্ৰামলৈ সমৰ্থন আগবঢ়োৱাটো নৈতিক দায়িত্ব।

- এন জেড কে

Address

Golakganj
Dhuburi

Website

Alerts

Be the first to know and let us send you an email when KocH BanThai KANAK posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category