14/07/2026
ডিব্ৰুগড় জিলা কৈৰী সমাজৰ প্ৰতিনিধি দলে প্ৰয়াত বিৰেণ কৈৰী দেৱৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে শোক প্ৰস্তাৱ অৰ্পণ কৰা হয়।
প্ৰয়াত বিৰেণ কৈৰী দেৱৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি প্ৰদান কৰিবলৈ সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
ওঁ শান্তি।