Luk Lao - Heritage Rice Wine Of Assam

Luk Lao - Heritage Rice Wine Of Assam India’s First Heritage Rice Wine. Made From Rice And Various Indigenous Medicinal Herbs In Assam.

25/05/2026

অসমৰ সুযোগ‍্য সন্তান ৰিয়ান পৰাগলৈ লুক লাও পৰিয়ালৰ পৰা অভিনন্দন জনালো ।

14/04/2026

লুক লাও পৰিয়ালৰ তৰফৰ পৰা সকলো অসমবাসীলৈ অসমীয়া নতুন বছৰৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালো

লুক লাও পৰিয়ালৰ তৰফৰ পৰা সকলো লৈ শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা
28/09/2025

লুক লাও পৰিয়ালৰ তৰফৰ পৰা সকলো লৈ শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা

“মুকুতি আজি দেখোদিশহাৰা হৈ ৰয়দিশে দিশে চলে মাথো মৃত্যুৰ জয়মৃত্যু এতিয়া সহজ”হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰয়াণ অসমীয়া জাতিৰ ব...
19/09/2025

“মুকুতি আজি দেখো
দিশহাৰা হৈ ৰয়
দিশে দিশে চলে মাথো মৃত্যুৰ জয়
মৃত্যু এতিয়া সহজ”
হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰয়াণ অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি।
শিল্পীগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ

সমূহ ভাৰতীয়লৈ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা “লুক লাও” পৰিয়ালৰ তৰফৰ পৰা।।Sushanta BorgohainHimanta Biswa S...
15/08/2025

সমূহ ভাৰতীয়লৈ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা “লুক লাও” পৰিয়ালৰ তৰফৰ পৰা।।

Sushanta Borgohain
Himanta Biswa Sarma
CMO Assam

08/08/2025

ভাৰতবৰ্ষৰ প্ৰথম পৰম্পৰাগত পানীয় "লুক লাও" বৰ্তমান অসমৰ প্ৰতিখন জিলাত উপলব্ধ।।

14/04/2025

Luk Lao - Heritage Rice Wine Of Assam তৰফৰ পৰা সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা

Eid Mubarak 🫶🏻May  this special day bring you peace, love, and happiness.
31/03/2025

Eid Mubarak 🫶🏻
May this special day bring you peace, love, and happiness.


19/02/2025

মিছিং জনগোষ্টী সকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাংৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
Hashtag :

Address

Gauhati
781001

Website

Alerts

Be the first to know and let us send you an email when Luk Lao - Heritage Rice Wine Of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share