31/01/2025
মে-ডাম্-মে-ফীৰ এই পৱিত্ৰ ক্ষণত একতা, সহনশীলতাৰ বাণী সকলোৰে মনত উদ্বেলিত হওক। সমূহ টাই-আহোম জনগোষ্ঠীয় ভাই-ভনী তথা অসমবাসীলৈ আন্তৰিক শুভেচ্ছা যাচিলো। পূৰ্বপুৰুষ তথা মহাপুৰুষ সকল যেন সদায় আমাৰ বাবে চিৰ সন্মানীয় আৰু পূজনীয় হৈয়ে ৰয়। শুভ মে-ডাম্-মে-ফী।