Juli's Vlogs

Call Directions

Juli's Vlogs Welcome to my page. I post travel and food vlogs. Thanks for being here. For business inquiries: [email protected]

 #জুবিন অনুৰাগী 💖❤💖
26/09/2026

#জুবিন অনুৰাগী 💖❤💖

 #আমনি লাগিছে  #আমনি লাগিছে কিমান শুনিব ।কিন্তু উপায়ো নাই ।দেখি বেয়াও লাগিছে ।সেয়ে শুই শুই ছবিকে আকিছে।
25/09/2026

#আমনি লাগিছে #আমনি লাগিছে কিমান শুনিব ।কিন্তু উপায়ো নাই ।দেখি বেয়াও লাগিছে ।সেয়ে শুই শুই ছবিকে আকিছে।

25/09/2026

#মৌৰ লগত কি হৈছিল ?

 #ভাত‌কেইটামান খুৱাই শুবলৈ দিছো।কোনোবা আহিলেই অকণমান ভাল পায় পৰিবেশটো সলনি হৈয় পৰে। নহলে ম‌ই ওচৰত বহি থাকিব লাগে।অকণমান ...
25/09/2026

#ভাত‌কেইটামান খুৱাই শুবলৈ দিছো।কোনোবা আহিলেই অকণমান ভাল পায় পৰিবেশটো সলনি হৈয় পৰে। নহলে ম‌ই ওচৰত বহি থাকিব লাগে।অকণমান শান্তি লাগে শুই পৰিলে।

 #পৰীক্ষা তিনিটা পাৰ হৈ গলেই । কাইলৈও আছে পৰীক্ষা । সাহস গোটাই দিবলৈ আগবাঢ়িছে। সেয়ে বাহিৰতে বহি পৰীক্ষাৰ বাবে পঢ়িবলৈ লৈছ...
25/09/2026

#পৰীক্ষা তিনিটা পাৰ হৈ গলেই । কাইলৈও আছে পৰীক্ষা । সাহস গোটাই দিবলৈ আগবাঢ়িছে। সেয়ে বাহিৰতে বহি পৰীক্ষাৰ বাবে পঢ়িবলৈ লৈছে।

 #মা ফটো কেইখনমান তুলি থোৱাচোন । কিয় বুলি সোধাত ক'লে তুমি ফেচবুকত দি দিবা আৰু মোক লৈ লিখা কমেন্টবোৰ ম‌ই পঢ়ি থাকি বৰ ভাল ...
24/09/2026

#মা ফটো কেইখনমান তুলি থোৱাচোন । কিয় বুলি সোধাত ক'লে তুমি ফেচবুকত দি দিবা আৰু মোক লৈ লিখা কমেন্টবোৰ ম‌ই পঢ়ি থাকি বৰ ভাল পাওঁ।উপায় নাই পৰাপক্ষত ম‌ই ফোনটো বেছিকৈ চুবলৈ নিদিওঁ। কিন্তু এতিয়া বহি শুই আমনি পোৱাৰ বাবে হাতত তুলি দিবলগীয়া হৈছে। কমেন্ট পঢ়িবৰ বাবে।

 #দহৰ পৰা বিশদিন এনেকৈ থকাতো কল্পনাই কৰিব নোৱাৰি । কিন্তু উপায় নাই ভবিষ্যতৰ কথা আছে সেইবাবে বহুত বুজাই অকণমান ব্যস্ত কৰি...
24/09/2026

#দহৰ পৰা বিশদিন এনেকৈ থকাতো কল্পনাই কৰিব নোৱাৰি । কিন্তু উপায় নাই ভবিষ্যতৰ কথা আছে সেইবাবে বহুত বুজাই অকণমান ব্যস্ত কৰি ৰাখিবব বাবে হাতত কেইখনমান কিতাপ তুলি দিছো।কেৱল মাথো কথা পাতি ওচৰত বহি থাকিবলৈ কোনোবা নহয় কোনোবা এজন লাগেই।

24/09/2026

#খেলি ধেমালি কৰি থাকি ভালপোৱা ছোৱালজনী মূহুততে কিনো হৈ গল।

 #যোৰহাটলৈ আহি ভালদৰে আকৌ ডাক্তৰক দেখাই এতিয়া ভাতকেইটা খাবলৈ লৈছো নভা আখলত।
24/09/2026

#যোৰহাটলৈ আহি ভালদৰে আকৌ ডাক্তৰক দেখাই এতিয়া ভাতকেইটা খাবলৈ লৈছো নভা আখলত।

 #ডাক্তৰক দেখাই মেলি ভোক লগাত আপেল এটাকে খাবলৈ দিছো । ভাতকেইটামান খুৱাবলৈ আকৌ হোটেলৰ চিৰিত উঠিবলৈ অসুবিধা হয়।তথাপিও ভাত ...
24/09/2026

#ডাক্তৰক দেখাই মেলি ভোক লগাত আপেল এটাকে খাবলৈ দিছো । ভাতকেইটামান খুৱাবলৈ আকৌ হোটেলৰ চিৰিত উঠিবলৈ অসুবিধা হয়।তথাপিও ভাত কেইটামান খুৱাব লাগিব।

Address

Town/Golaghat
Golaghat
785621

Telephone

+916002601475

Website

Alerts

Be the first to know and let us send you an email when Juli's Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category