আখল Aakhol

আখল Aakhol কম মূল্যত জুতি লগাই এসাঁজ সম্পূৰ্ণ গা?

20/02/2022
20/02/2022

পোন প্ৰথমে সকলোলৈকে নমস্কাৰ জনালোঁ 🙏🏼

*** মহানগৰীত থাকি আপুনি আৰু আপোনাৰ পৰিয়ালে গাঁৱলীয়া পৰিবেশৰ সেই নিভাঁজ অসমীয়া খাদ্য সম্ভাৰৰ জুতি পাহৰি গৈছে নেকি.? যদি পাহৰি গৈছে তেন্তে এতিয়া আৰু পলম কিহৰ, এতিয়াই লওঁক আপুনি আৰু আপোনাৰ পৰিয়ালে আমাৰ ***

-: আখলৰ জুতি :-

*** মাত্ৰ এটা ফোনতে আমি যোগান ধৰিম কম সময়ৰ ভিতৰত অতি কম মূল্যত উৎকৃষ্ট মানদণ্ডৰ খাদ্য সম্ভাৰ ***

অহা ১০ মাৰ্চৰ পৰা ৰাইজৰ বাবে সেৱা আগবঢ়াই দিয়া হব সকলোৰে মৰম আৰু সহযোগিতা কামনা কৰিলোঁ।

Address

Dispur
Guwahati
781019

Telephone

+919957942158

Website

Alerts

Be the first to know and let us send you an email when আখল Aakhol posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share