Bidya’s recipes

Bidya’s recipes 👩‍🍳 সহজে ৰান্ধক | জুতি লগাই খাওক | সুস্থ থাকক| সুষম আৰু পুষ্টিকৰ খাদ্যৰ সোৱাদযুক্ত ৰেচেপি।🏡 বিদ‍্যাৰ পাকঘৰৰ পৰা আপোনালৈ।🥘🍛🥗
নতুন ৰেচেপি চাবলৈ পেজটো follow কৰক!

11/07/2026

এটি সহজ আৰু সুস্বাদু খিছিৰি ৰেছেপি 🍜

09/07/2026

Fueling up for the day! Serving up my son's favorites: pouched eggs, a sattu paratha, brinjal bhartta and delicious chana masala with salads 🍳
What’s on your breakfast plate this morning?

08/07/2026

নিজৰ মতে মাত্ৰ কেইটামান সামগ্ৰীৰে বনালোঁ এই সুস্বাদু আমৰ ৰেচিপিটো।বৰা চাউল, আম আৰু ক্ৰীমৰ এই মিশ্ৰণটো এবাৰ খালে বাৰে বাৰে খাবলৈ মন যাব। বনাই খাই ৰেচিপিটো কেনেকুৱা লাগিল জনাবচোন😋🥭

সকলোকে পুৱাৰ প্ৰীতিময় শুভেচ্ছাৰে স্বাগতম জনালোঁ🌹💚💖Shout out to my newest followers! Excited to have you onboard!Kesha Ch...
08/07/2026

সকলোকে পুৱাৰ প্ৰীতিময় শুভেচ্ছাৰে স্বাগতম জনালোঁ🌹💚💖
Shout out to my newest followers! Excited to have you onboard!

Kesha Chetia, Abhijit Ghosh, Hiranjan Saikia, Gitarani Dutta Gogoi, Rajiv Gogoi, Gitali Kalita, Lipika Buragohain, Monjil Borah, Barnali Boro, Hemanta Baishya, Uddhab Roy, Rima Lahon, Jahnabi Gogoi Chamuah, Aftab Affu, Sri Nitai Sheel, Manoj Mishra, Banti Payeng, Binu Laskar, Dipankr Das, Sukla Nath, Apramadee Borah Dutta, Bhargab Art, Prasanta Bey, Anuprava Barman, Jitu Devi, Dhanjit Moran, Junmoni Chetia, J G Pusmita, Barasha Borah, Jyotika Chowdhury Das, Dubuli Choudhury, Mina Kumari Deori, Bobita Rana, Dr-Bijit Talukdar Shastri, Nipen Nipen, Pori Priya, দীপজ্যোতি চেতিয়া অসম, Monalisha Pegu, Karan Sharma, Chandank Kumar, Shailesh Patil, Sunil Maurya, Nisha Vikram I, Shibani Gohain, Nilakhi Baishya, Kangkana Haloi, Murugan Km, Pooran Kusa, Saajan , Hasim Ansari

07/07/2026

ঘৰুৱা অসমীয়া এসাঁজ ভাতৰ সোৱাদেই সুকীয়া। এই থালখন দেখি কাৰ কাৰ ভোক লাগিছে? আপোনালোকৰ আটাইতকৈ প্ৰিয় অসমীয়া খাদ্য কি? কমেণ্টত জনাওক।

07/07/2026

Breakfast is served! Nothing beats a simple avocado toast paired with perfectly soft-boiled eggs and a Sattu shake. Who else loves a quick and nutritious start?

06/07/2026

জহা চাউলৰ গোন্ধ আৰু ইলিচ মাছৰ ভজা! এনেকুৱা এসাজ দেখিলে কাৰনো খাবলৈ মন নাযায়? আপোনাৰ দুপৰীয়াৰ আটাইতকৈ প্ৰিয় ব্যঞ্জন কি?

06/07/2026

ঘৰৰ পকা কঁঠাল , মৌৰ দৰে মিঠা😋

05/07/2026

সোৱাদৰে ভৰা এখন ইলিশ মাছৰ তৰকাৰী 🥘

04/07/2026

এই গৰমত অলপ টেঙা-মিঠা আৰু জলা মচলা দিয়া আনাৰসৰ জুতি কেনেকুৱা লাগিব? আপোনালোকৰ কাৰ কাৰ আনাৰস প্ৰিয়? কমেণ্টত জনাওক! 🍍🍍

Address

Bidya Das
Gauhati

Website

Alerts

Be the first to know and let us send you an email when Bidya’s recipes posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share