24/09/2026
না জানো এইটো ভিডিঅ'টো কোৰ হয়। ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈছে। গাড়ীৰ ভিতৰত মানুহ আৱদ্ধ হৈ আছে। গতিকে আপোনালোকে ভিডিঅ'টো চাই লওক। আৰু কোৰ হয় না জানো। ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি মানুহক দেখাই দিয়ক। চাওক কিমান ভয়ংকৰ এটা এক্সিডেণ্ট। যদি ভিডিঅ'টো চাই কিবা এটা মনত পৰে লাইক আৰু শ্বেয়াৰ কৰি পেজটো ফ'লৱ কৰি দিব। ধন্যবাদ।😭😭