18/03/2022
"ৰংগে ফাগু খেলে চৈতন্য বনমালী
দুহাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰী"
সকলোৰে মন প্ৰাণ ৰং আৰু আনন্দেৰে উৰ্বৰ হোৱাৰ লগতে সম্প্ৰীতিৰ এনাজৰীৰে সকলো একগোট হৈ থকাৰ কামনাৰে ৰঙৰ উৎসৱৰ শুভেচ্ছা জনালোঁ