Biju's Eating

Biju's Eating welcome to my page
অসমীয়া মোৰ পৰিচয়
plz follow.
(1)

21/08/2026

আছলতে আমি কি জানেনে

21/08/2026

I got over 3,000 reactions on one of my posts last week! Thanks everyone for your support! 🎉

20/08/2026

অসমীয়া ল'ৰা কেইটাক কি বুলি ভাবিছে হে

শুভ দুপৰীয়া যিমান গৰম হ'লেও বনাব ই লাগিব খাব ই লাগিব ন
20/08/2026

শুভ দুপৰীয়া যিমান গৰম হ'লেও বনাব ই লাগিব খাব ই লাগিব ন

20/08/2026

মতলবী মানুহ দুচমন হৈ নাহে সদায় নিজৰ হৈ আহে

19/08/2026

সকলো ভালে থাকক কুশলে থাকক শুভ ৰাতি জনালোঁ

আমাৰ আই সকল এগৰাকী দুগৰাকী কৈ আহি নাম ল'বলৈ বহি আছি পাৰ কেইটা ইমান ধুনীয়াকৈ লৰচৰ নকৰাকৈ আছিল দেখি ভাল লাগি কেমেৰাত বন্দ...
19/08/2026

আমাৰ আই সকল এগৰাকী দুগৰাকী কৈ আহি নাম ল'বলৈ বহি আছি পাৰ কেইটা ইমান ধুনীয়াকৈ লৰচৰ নকৰাকৈ আছিল দেখি ভাল লাগি কেমেৰাত বন্দি কৰি থলো পাৰ শান্তিৰ প্ৰতিক

19/08/2026

যেনে তেন বনাই থব পাৰিলেই ৰক্ষা পাকঘৰটোৰ পৰা

19/08/2026

কালি তই মোক ইমান মাৰিলি তাই চকু চোৱা কৃষ্ণ #

18/08/2026

ঘমন্দ তেতিয়া লৈকে হে থাকে যেতিয়ালৈকে ডাক্তৰৰ ৰিপ'ৰ্ট নৰমেল আহে যেতিয়া ডাক্তৰে কব যে এতিয়া সকলো ভগৱানৰ ওপৰত তেতিয়া ঘৰ, গাঢ়ি ,বাংলা একো নাগে আই চিও ওচৰত উষাহ হে গন্তি কৰি থাকে, সকলো আত্মীয়ই।

Address

Jamuguri

Website

Alerts

Be the first to know and let us send you an email when Biju's Eating posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Biju's Eating:

Shortcuts

Share

Category