18/10/2026
কাতি বিহুৰ বন্তিৰ পোহৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু আশাৰ বতৰা।
সেউজীয়া পথাৰ সোণগুটিৰে উপচি পৰক, প্ৰতিটো ঘৰলৈ নামি আহক সমৃদ্ধি আৰু মংগল।
আপোনালৈ আৰু আপোনাৰ পৰিয়ালৰ সকলোলৈকে কাতি বিহুৰ হিয়াভৰা শুভেচ্ছা। 🌾🪔
বৰা ডি.জি./ BORA DG
Book For Your Event
Contact No- 8638545368 / 6002997011