jiku

jiku অলপ মান আশা লৈ আপোনালোকৰ মাজলৈ আহিছো ওলায় সকলোৱে সহায় কৰিব । ���

সু-প্ৰভাত সকলোলৈকে🌻🌻🌹   ゚viralシfypシ゚viralシalシ
16/09/2025

সু-প্ৰভাত সকলোলৈকে🌻🌻🌹

゚viralシfypシ゚viralシalシ

মানুহৰ মনটো নাৰিকলৰ খোলাৰ দৰে । বাহিৰৰ পৰা একো ধৰিব নোৱাৰি । ভিতৰত কি হৈ আছে..,   ゚viralシfypシ゚viralシalシ
12/09/2025

মানুহৰ মনটো নাৰিকলৰ খোলাৰ দৰে । বাহিৰৰ পৰা একো ধৰিব নোৱাৰি । ভিতৰত কি হৈ আছে..,
゚viralシfypシ゚viralシalシ

যিবোৰ সম্পৰ্ক বা সমন্ধই মনক প্ৰেৰণা আৰু সাহস দিয়ে তেনেবোৰ সম্পৰ্ক বা সমন্ধক মৰ্যাদা সহকাৰে জীয়াই ৰখাৰ প্ৰয়াস কৰা উচিত । ...
08/09/2025

যিবোৰ সম্পৰ্ক বা সমন্ধই মনক প্ৰেৰণা আৰু সাহস দিয়ে তেনেবোৰ সম্পৰ্ক বা সমন্ধক মৰ্যাদা সহকাৰে জীয়াই ৰখাৰ প্ৰয়াস কৰা উচিত ।

দিনটো সকলোৰে কুশল কামনা কৰিলো । শুভ সু-প্ৰভাত ।




゚viralシfypシ゚viralシalシ

সুন্দৰতা সকলোতে বিৰাজমান । মাথোঁ এই সুন্দৰতাক উপভোগ কৰিবলৈ প্ৰয়োজন সু-দৃষ্টিভংগী আৰু ইতিবাচক চিন্তা ।                 ...
07/09/2025

সুন্দৰতা সকলোতে বিৰাজমান । মাথোঁ এই সুন্দৰতাক উপভোগ কৰিবলৈ প্ৰয়োজন সু-দৃষ্টিভংগী আৰু ইতিবাচক চিন্তা । 

দিনটো শুভ হওক । পুৱাৰ সম্ভাষণ জনালোঁ ।  



সু-প্ৰভাত জনালো সকলোকে ,সকলোৰে দিনটো শুভ হওক 🌻🌻🌹🌹🌹
06/09/2025

সু-প্ৰভাত জনালো সকলোকে ,সকলোৰে দিনটো শুভ হওক 🌻🌻🌹🌹🌹

ভাদমাহত সৰুৰে পৰা আগভাগ লোৱা নামঘৰ ভাগিত সেৱা ল'লো🙏🙏🙏
05/09/2025

ভাদমাহত সৰুৰে পৰা আগভাগ লোৱা নামঘৰ ভাগিত সেৱা ল'লো🙏🙏🙏



মানুহজনী ধুনীয়াই আছিলো কেমেৰাটোহে বেয়া 😆😆
04/09/2025

মানুহজনী ধুনীয়াই আছিলো কেমেৰাটোহে বেয়া 😆😆



সাঁথৰটোৰ উত্তৰ কোনে পাৰিব বাৰু 🤔🤔
03/09/2025

সাঁথৰটোৰ উত্তৰ কোনে পাৰিব বাৰু 🤔🤔

মই পিছে ফটো মাৰি বৰ বেছি ভাল নাপাঁও😀 লগ পালে অকমানকে উঠো আৰু😀
02/09/2025

মই পিছে ফটো মাৰি বৰ বেছি ভাল নাপাঁও😀 লগ পালে অকমানকে উঠো আৰু😀




বিষ্ণু ৰাভা দেৱক অপমান কৰা সাহস ক'ত পালে কৰিশ্মা । (karishma Nath)       অনুগ্ৰহ কৰি ৰাভা সংগীত,জ্যোতিসংগীত,বৰগীত আদিক ...
01/09/2025

বিষ্ণু ৰাভা দেৱক অপমান কৰা সাহস ক'ত পালে কৰিশ্মা । (karishma Nath)

অনুগ্ৰহ কৰি ৰাভা সংগীত,জ্যোতিসংগীত,বৰগীত আদিক অপমান নকৰিব ।🙏🙏

আকাশ চুবৰ মন🏃‍♀️⭐⭐✨
31/08/2025

আকাশ চুবৰ মন🏃‍♀️⭐⭐✨

Address

Gar Ali
Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when jiku posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category