Nayan Ligang

Nayan Ligang নৈপৰীয়া মানুহ। স্বাভিমানী।
(1)

ৰিংকীহঁত আহি পোৱালৈ মিগমৰ টোপনি আহি গৈছিল। আমন-জীমনকৈ ফটো উঠিছে বেচেৰা।
16/07/2026

ৰিংকীহঁত আহি পোৱালৈ মিগমৰ টোপনি আহি গৈছিল। আমন-জীমনকৈ ফটো উঠিছে বেচেৰা।


15/07/2026

✅️ যুটিৰ বৰ্তমান Trending ত থকা এটি গীত তেওঁলোকৰ কণ্ঠত । আমাৰ ল'ৰাৰ জন্মদিনত উপস্থিত থাকি আমাক কৃতাৰ্থ কৰিলে । কাৰিকৰি বিজুতিৰ বাবে ভিডিঅ' কোৱালিটি বৰ ভাল নহ'ল।



সংগীতৰ এক কৰ্মশালাত জনপ্ৰিয় শিল্পী তৰালি শৰ্মাৰ সৈতে আমাৰ মৰমৰ বসুন্ধৰা বৃষ্টি ।
14/07/2026

সংগীতৰ এক কৰ্মশালাত জনপ্ৰিয় শিল্পী তৰালি শৰ্মাৰ সৈতে আমাৰ মৰমৰ বসুন্ধৰা বৃষ্টি ।


বাটে বাট বিচাৰি ডাৱৰৰ কাষত এপলক বহিলোগৈ।
13/07/2026

বাটে বাট বিচাৰি ডাৱৰৰ কাষত এপলক বহিলোগৈ।



ডেকা ল'ৰাটো। মোৰ সমান হ'বগৈ আৰু ।
12/07/2026

ডেকা ল'ৰাটো। মোৰ সমান হ'বগৈ আৰু ।


সুদূৰ জোনাইৰ পৰা আহি আমাৰ ল'ৰাক আশীৰ্বাদ দি যোৱা বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।  আপোনালোকৰ পদধূলা পাই চোতালৰ মৰহি যাব ধৰা...
11/07/2026

সুদূৰ জোনাইৰ পৰা আহি আমাৰ ল'ৰাক আশীৰ্বাদ দি যোৱা বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আপোনালোকৰ পদধূলা পাই চোতালৰ মৰহি যাব ধৰা বনবোৰো পুনৰ সজীৱ হৈ উঠিল। কালিৰ দিনটো মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব ।


যোৱাবছৰৰ আজিৰ দিনটোতেই তুমি আমাৰ মাজলৈ আহিছিলা।  আমি মাক-দেউতাক হৈছিলো। ক'ব নোৱৰাকৈয়ে আমাৰ কোলাত এবছৰ অতিক্ৰম কৰিলা। দঃ...
10/07/2026

যোৱাবছৰৰ আজিৰ দিনটোতেই তুমি আমাৰ মাজলৈ আহিছিলা। আমি মাক-দেউতাক হৈছিলো। ক'ব নোৱৰাকৈয়ে আমাৰ কোলাত এবছৰ অতিক্ৰম কৰিলা। দঃঞি-পঃলই তোমাক কুশলে ৰাখক। ভৱিষ্যত সুনাগৰিক হ'বা আৱ । তোমাৰ জন্মদিনৰ দিনা এয়াই মোৰ শুভকামনা #মিগম_ক্ৰিষ্টিয়ানো।




✅️ চিৎ পখিলা, তিনিমূৰ দহ ঠেং ক'ত দেখিলা?এতিয়া এই সাঁথৰ সাঁথৰতেই ৰৈছে।  দুই-একে এতিয়াও কেঁকোৰা নাঙলেৰেই কাম চলাই আছে।  ...
09/07/2026

✅️ চিৎ পখিলা, তিনিমূৰ দহ ঠেং ক'ত দেখিলা?
এতিয়া এই সাঁথৰ সাঁথৰতেই ৰৈছে। দুই-একে এতিয়াও কেঁকোৰা নাঙলেৰেই কাম চলাই আছে।


✅️এবাৰ হ'লেও বিশ্বকাপৰ ট্ৰফীটো তেওঁৰ হাতত দেখিবলৈ পোৱা হ'লে! সকলোৰে ভাগ্যত নাথাকে অৱশ্যে । যি কি নহওক GOAT ALWAYS GOAT.....
07/07/2026

✅️এবাৰ হ'লেও বিশ্বকাপৰ ট্ৰফীটো তেওঁৰ হাতত দেখিবলৈ পোৱা হ'লে! সকলোৰে ভাগ্যত নাথাকে অৱশ্যে । যি কি নহওক GOAT ALWAYS GOAT.. LOVE YOU FOREVER CR7🫶🫶🎊🎊😭😭😭।
তোমাক বহুত ভালপাওঁ কাৰণেই আমাৰ ল'ৰাৰ নাম- #মিগম_ক্ৰিষ্টিয়ানো💙 ৰাখিছোঁ।





Address

Majuli

Alerts

Be the first to know and let us send you an email when Nayan Ligang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nayan Ligang:

Shortcuts

Share