MR JADU

MR JADU Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from MR JADU, Grocers, Garmur, District: Majuli, Majuli.

অহা জানুৱাৰী মাহৰ ১৪ তাৰিখে এই গান তো YouTube ত ৰিলিছ দিম সকলোৱে চায় দিব বুলি আশা ৰাখিছোঁ। মোৰ YouTube channel তো MR JA...
04/01/2026

অহা জানুৱাৰী মাহৰ ১৪ তাৰিখে এই গান তো YouTube ত ৰিলিছ দিম সকলোৱে চায় দিব বুলি আশা ৰাখিছোঁ। মোৰ YouTube channel তো MR JADU OFFICIAL বুলি আছে সকলোৱে subscribe কৰি ৰাখিব ধন্যবাদ।।

02/01/2026

First reel.....

1 january তাৰিখে  Bornali ভনীৰ জন্ম দিন আছিল। আৰু আজিয়ে post দিয়াৰ কাৰণ তো হল, মোৰ page তো, Instagram আৰু wha...
02/01/2026

1 january তাৰিখে Bornali ভনীৰ জন্ম দিন আছিল। আৰু আজিয়ে post দিয়াৰ কাৰণ তো হল, মোৰ page তো, Instagram আৰু whatsaap তো block হোৱাৰ কাৰণে মই এই post তোক আজিহে দিবলগীয়া হলগৈ। এই page তো মোৰ নতুন হয় আৰু আপোনালোকে মোক মৰম কৰিব বুলি আশা ৰাখিছোঁ। বাকি জন্ম দিন তো ভালে গল, আৰু বৰনালীয়ে ভালে কোষৰে থাকিব বুলি মই ঈশ্বৰৰ ওচৰত তাৰে কামনা কৰিলোঁ ধন্যবাদ।।

Address

Garmur, District: Majuli
Majuli
785106

Website

Alerts

Be the first to know and let us send you an email when MR JADU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category