25/03/2026
📢 মঙলদৈ বাসীৰ বাবে সুখবৰ!
স্নায়ু আৰু মানসিক ৰোগ বিশেষজ্ঞৰ
অহা বৃহস্পতিবাৰে
পোৱা 11বজাৰ পৰা লগ পাব।
📍 ঠিকনা:
RAHMAN HEALTH CARE LABORATORY
NH–15, Near Hotel Shyamoly, Mangaldai
📅 Date: 26-03-2026
📞 7002955383 / 6002833600
🩺 ডঃ সুমন ভৰ্মা
MBBS, MD
Neuropsychiatric & Drug De-Addiction Specialist
---
🧠 নিউৰো / স্নায়ু-সম্পৰ্কীয় সমস্যা
মাথাবেথা / মাইগ্ৰেইন
মাথা ঘূৰা
স্মৃতি শক্তি হ্ৰাস
ডিমেন্চিয়া
পেৰালাইচিছ / ষ্ট্ৰ’ক পাছৰ সমস্যা
নাৰ্ভ পেইন
এপিলেপ্ছি / খিচুনি
😔 মানসিক (Psychiatric) সমস্যা
মানসিক চাপ (Anxiety)
ডিপ্ৰেছন
Panic Attack
ভয়-আতংক (Phobia)
নিদ্ৰাহীনতা (Sleep Disorder)
আচৰণজনিত সমস্যা
Bipolar Disorder
Schizophrenia
💊 নেশা মোচন (Drug De-Addiction)
মদাসক্তি (Alcohol Dependence)
গাঁজা, টেবলেট, কফ সিরাপ আদিৰ আসক্তি
ধুঁৱা / টেমাক আসক্তি
👶 ল’ৰা–ছোৱাৰ আচৰণ / মানসিক সমস্যা
Attention Deficit (ADHD)
Learning সমস্যা
আচৰণজনিত ব্যাঘাত
🔹 ইত্যাদি ধৰণৰ সকলো স্নায়ু আৰু মানসিক সমস্যাৰ ৰোগী দৰ্শন কৰা হ'ব।