Khobor DHULA

Khobor DHULA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Khobor DHULA, Grocers, dhula, Mangaldai.

07/05/2026

দৰং জিলা সাংবাদিক সন্থাৰ সাধাৰণ সভা সম্পন্ন: জ্যেষ্ঠ সাংবাদিক ইমদাদূল ইছলামক সভাপতি , মেহবুব হাছানক সম্পাদক হিচাপে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত :
সাংবাদিকৰ সমস্যাৰাজিৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা : সাহিত্যিক, সাংবাদিকক সম্বৰ্ধনা :

05/05/2026

দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত কাৱাদাঙা ৰাজাহাউলি গাওঁ পঞ্চায়তত AIUDFৰ

03/12/2025

অস্থিৰোগ(হাড়) বিশেষজ্ঞ ডাঃ ইমৰান হুছেইন এতিয়া মঙলদৈত
#গ্লবেল হেল্থ কেয়াৰ এণ্ড ডাইগ্নষ্টীক চেন্টাৰ , মঙলদৈ ১ নং ৱাৰ্ডত প্ৰতিদিনে ৰাতিপুৱা ৯-০০ বজাৰ পৰা।

20/11/2025

দৰঙৰ ধূলাত ভ*য়ং*কৰ পথ দু*ৰ্ঘট*না

# থি*তা*তে নি*হত এজন।

# একেদিশৰে পৰা যোৱা ট্ৰাক আৰু বাইকৰ সং*ঘৰ্ষ।

# বাইক আৰোহিৰ এজন লোক থি*তা*তে নি*হত।

# ধূলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত এই দু*ৰ্ঘ*ট*না সংঘ*টিত হৈছে।

# মকচেদ আলি আৰু হামিদূৰ ৰহমান ব্যক্তি দুজনে দলগাওঁৰ পৰা চিপাঝাৰ গৈ থকা অৱস্থাত দু*ৰ্ঘট*না পতিত হয়।।

# মৃ*ত লোক জন দলগাওঁৰ ঢেকেৰিগাঁওৰ মকচেদ আলি বুলি জানিব পৰা গৈছে।

# আনহাতে হামিদুৰ ৰহমান বৰ্তমান সুস্থ আছে।

# ট্ৰাক খনৰ নম্বৰ হৈছে AP39 UE9349 আৰু palsar bike খনৰ নম্বৰ হৈছে AS01 F M7064

# বৰ্তমান ঘ*টনাস্থ*লীত ধূলা আৰক্ষীয়ে উপস্থিত হৈ পৰিবেশ নি*য়ন্ত্ৰণ কৰে।

18/11/2025

18/11/2025
18/11/2025

জুবিন দাৰ জন্মদিনৰ দিনটোত অ*সু*স্থ গৰিমা শইকীয়া গাৰ্গ ।

18/11/2025

মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফ'ৰামৰ উদ্যোগত আৰু মঙলদৈবাসী ৰাইজৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিন উদযাপন।

18/11/2025

মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অ*শ্ৰু নিগ*ৰিবনে কোৱা,,,

আজি জুবিন বিহীন তেখেতৰ প্ৰথমটো ওপজা দিন।

আজি এই বিশেষ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে মঙ্গলদৈতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিছে ওপজা দিনৰ বিশেষ অনুষ্ঠান। সমান্তৰালকৈ মঙ্গলদৈ ইলেক্ট্ৰনিক মিডিয়া ফ'ৰামেও দিনযোৰা কৈ অনুষ্ঠিত কৰিছে তেখেতৰ ওপজা দিনৰ কাৰ্যসূচী।
প্ৰথমটো কাৰ্যসূচী (প্ৰভাত ফেৰী) অনুষ্ঠিত হৈ যায়।
প্ৰভাত ফেৰীত প্ৰায় দুই শতাধিক জুবিনৰ গুণমুগ্ধই অংশগ্ৰহণ কৰে। লগতে জুবিনৰ কালজয়ী গীত সমূহ পৰিবেশন কৰি পৰিভ্ৰমণ কৰে মঙলদৈ চহৰ।
প্ৰভাত ফেৰীত উপস্থিত আছিল অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰু জ্যোতি দাস,অসম বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী নিলীমা দেৱী, বিশিষ্ট চিকিৎসক অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ লগতে মঙ্গলদৈৰ বহু গন্য মান্য ব্যক্তি সকল।

Address

Dhula
Mangaldai
784146

Website

Alerts

Be the first to know and let us send you an email when Khobor DHULA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category