Samsul ali

Samsul ali vloger

23/03/2026
23/03/2026

এইবাৰ যুজ'এখন হ'ব। এই যুঁজতে আমি অসম জিনিব লাগিব।

এই যুঁজত আমাৰ জয় তেতিয়াহে হ'ব, যেতিয়া আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভ্ৰষ্টাচাৰী শাসন আঁতৰাই কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিম।

আমি দৃঢ়বিশ্বাসী যে অন্যায়, অত্যাচাৰ, ভ্ৰষ্টাচাৰ আৰু অহংকাৰৰ বিৰুদ্ধে আমাৰ এই সংগ্রামত আমাৰ জয় হ'ব।

সময় সমাগত - আমাৰ সাহস দেখুওৱাৰ, আমাৰ কণ্ঠ দৃঢ় কৰাৰ আৰু অসমত একচেটীয়া পৰিয়ালকেন্দ্ৰীক উন্নয়ন উফৰাই সমগ্ৰ অসমৰ জনসাধাৰণৰ উন্নয়ন সাধন কৰাৰ।

Address

Nalbari
Nalbari
781310

Telephone

+916381063351

Website

Alerts

Be the first to know and let us send you an email when Samsul ali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Samsul ali:

Share

Category