Assames pakghar

Directions

Assames pakghar মোৰ সৰু ফেচবুক ঘৰখনলৈ আপোনালোকক আমন্ত্ৰণ জনালোঁ।।।অলপ আগবাঢ়ি যোৱাত সহায় কৰে যেন ♥️♥️ follow kari diba page khan... অলপ আগবাঢ়ি যোৱাত সহায় হ'ব♥️♥️♥️

অসম হয় ভাই।
20/08/2026

অসম হয় ভাই।

07/07/2026
25/06/2026

জয় মা কামাখ্যা 🙏

ইমান অভদ্ৰামী ,
কি হৈছে মানে ,
ভগৱান ৰ ঠাইত গ'লে ও

কিছু সংখ্যক
ইমান অভদ্ৰ নে

সকলো অভদ্ৰামী ,
শেষ ?
নেকি ?????

নে--------
কোনোবাই সুবিধা লৈছে

জয় মা কামাখ্যা 🙏

আজিৰ অসমীয়া য় নিজক নিচিনিলে অসম ৰসাতলে যাব 😭 এই যে কিছুমান হিন্দু -মুছলমাণ কৰি থাকে এইতো হৈছেগৈ অসমীয়া পিছুৱাই যোৱাৰ ...
25/06/2026

আজিৰ অসমীয়া য় নিজক নিচিনিলে অসম ৰসাতলে যাব 😭

এই যে কিছুমান হিন্দু -মুছলমাণ কৰি থাকে
এইতো হৈছেগৈ অসমীয়া পিছুৱাই যোৱাৰ কাৰণ।

আগত আছিল মেইন মাল কেইটামান এই বনি যাব
বাকি নো কি কম নিজে
একাদশ ত থাকোঁতে গাড়ী ত উঠিব পাম
আৰু যে ক'ত কিমান 😂
তেতিয়াৰ সময় ২০০৬ চন

বাস্তৱ জীৱনৰ সঁচা কথা
25/06/2026

বাস্তৱ জীৱনৰ সঁচা কথা

লাজ পাইছোঁ হয় ।মহিলা এজনীয়ে আন এজনি মহিলাৰ ফতো বা ভীদিও দি পইচা/টকা উপাৰ্জন কৰিব লৈছে
22/06/2026

লাজ পাইছোঁ হয় ।

মহিলা এজনীয়ে আন এজনি মহিলাৰ

ফতো বা ভীদিও দি
পইচা/টকা উপাৰ্জন কৰিব লৈছে

22/06/2026

মাৰ্চেল বৰুৱাই নিজৰেই প্ৰতিচ্ছবি অংকন কৰিছে।
কেৱল?????

তাত জুবিন দাৰ সদৃশ ছুলি আৰু চছমা জোৰ লগাইছে।

মাৰ্চেল তোৰ নামৰ লগত চীন দেশৰ অলপ মিল আছে
অ আত্ছা
বৃভান্তী কৰিবৰ কাৰণে
এইবিলাক
কি হ'ব
মানুহ জন‌ নাই
কিন্তু
তহতি ৰাজনীতি কৰিব নেৰিলি।

মূঠতে অসম খনক আগুৱাই যাব নিদিবি ন,

(❤️জুবিন দা তই তো কৈছিলি
পলিটিক্স নকৰিবা বন্ধু ❤️)

আজি তোৰ নাম তোৱে যেন পলিটিক্স ৰ আৰম্ভনি অসমত

জুবিন দা তই থকা সময়ত এই কুকুৰ হতে কৈছিল মদাহী বুলি 😭

অসমৰ মহিলা😭👍
22/06/2026

অসমৰ মহিলা😭👍

Emotion at আঘাত নিদিব ৰাজনীতি খন বহুত বেলেগ হয়
19/06/2026

Emotion at
আঘাত নিদিব
ৰাজনীতি খন বহুত বেলেগ হয়

19/06/2026

ৰহিম ৰাজে কেতিয়াও, নিজকে জুবিন গাৰ্গ বুলি কোৱা নাই তো।
কুকুৰ হত নিজে এবাৰ গান গাই চা
এনে হাল্লা কৰি লাভ নাই
ৰহিমে ভাল গাইছে
অলপ হ'লেও আমাৰ হিয়াৰ আমঠু জুবিন দা ৰ কন্ঠ যেন লাগিছে 😭

ৰহিম তুমি আগুৱাই যোৱা ভাইতি

এইবিলাক ফাল্টু কমেন্ট ক গুৰুত্ব নিদিবা

আমি জুবিন বলিয়া
তোমাৰ কণ্ঠ ত কিবা এটা তাৰে সুবাস পাইছোঁ।

Love you ZuBiN da❤️
for Zubin Garg

Address

Rahul Saikia
Nalbari

Website

Alerts

Be the first to know and let us send you an email when Assames pakghar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share