Ftv Assam

Ftv Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ftv Assam, Farm, Nalbari.

নমষ্কাৰ
প্রিয় কৃষক বন্ধু সকল।
এই page টোৰ মাধ্যমেৰে আপোনালোকে খেতি তথা ভাল লগা কিছুমান ভিডিও / Post পাই থাকিব
অনুগ্রহ কৰি page টো Follow কৰিব
ধন্যবাদ জয় আই অসম
জয় খেতিয়ক

01/07/2025

বৰ্তমান সময়ত কৰিব পৰা উন্নত হাইব্রিড পানীলাও বীজ
Variety - Gadda 140 F 1

28/06/2025

মানুহক দুখ দি ভগৱান ক পূজা কৰি লাভ নাই । দুখীয়া জনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ভগৱানক সেৱা কৰা হয় 🌟💫🌈

27/06/2025

মাটি শুকাই গল।
পানি লাগে বৰষুণৰ বহুত প্রয়োজন

26/06/2025

নমষ্কাৰ প্রিয় কৃষক বন্ধু সকল
Dawn /pretilachlor 50%EC
ধানৰ মাজত বুন গজিব নোৱাৰা কীটনাশক প্রয়োগ
প্রতি বিঘাত ১০০ গ্রাম

ধন্যবাদ জয় আই অসম
জয় খেতিয়ক

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when Ftv Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category