Namami কিটচেন

Namami কিটচেন We Have Provided Home Made Food Products Such As Pitha, Laddo Etc. For Any Event Kindly Contact Us

NAMAMI কিটচেনৰ তৰফৰ পৰা সকলোলৈ ভোগালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ।🙏🙏অসমীয়া থলুৱা খাদ্যৰ জুতি লৱলৈ আপোনালোকেও আজিয়েই অৰ্...
13/01/2026

NAMAMI কিটচেনৰ তৰফৰ পৰা সকলোলৈ ভোগালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ।🙏🙏

অসমীয়া থলুৱা খাদ্যৰ জুতি লৱলৈ আপোনালোকেও আজিয়েই অৰ্ডাৰ কৰক।
(9101155285)

আপোনালোকৰ মৰম আৰু আশীৰ্বাদত NAMAMI কিটচেনৰ থলুৱা খাদ্য ৰাইজৰ মাজত অতিকৈ জনপ্ৰিয় হৈ পৰিছে। আগলৈ যাতে আপোনালোকৰ বাবে এনেধ...
09/01/2026

আপোনালোকৰ মৰম আৰু আশীৰ্বাদত NAMAMI কিটচেনৰ থলুৱা খাদ্য ৰাইজৰ মাজত অতিকৈ জনপ্ৰিয় হৈ পৰিছে। আগলৈ যাতে আপোনালোকৰ বাবে এনেধৰণৰ উৎকৃষ্ট থলুৱা খাদ্য আগবঢ়াব পাৰো তাৰ বাবে আশীৰ্বাদ কৰিব আৰু কোনোৱে যদি আমাৰ থলুৱা খাদ্যৰ জুতি লৱ বিচাৰিছে তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰি অৰ্ডাৰ কৰিব পাৰিব। ধন্যবাদ।

যোগাযোগৰ নম্বৰঃ 9101155285

NAMAMI কিটচেন পৰা আজি ৫০০ পৰিমাণৰ লাৰু পিঠা IIT KANPUR UTTARPRADESH লৈ পঠিওৱা হয়। এই চেগতে ভাতৃপ্ৰতীম জ্যোতিৰ্ময় হালৈক...
03/01/2026

NAMAMI কিটচেন পৰা আজি ৫০০ পৰিমাণৰ লাৰু পিঠা IIT KANPUR UTTARPRADESH লৈ পঠিওৱা হয়। এই চেগতে ভাতৃপ্ৰতীম জ্যোতিৰ্ময় হালৈক আমাৰ পেজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যদি আমাৰ পৰা থলুৱা খাদ্যৰ অৰ্ডাৰ কৰিব বিচাৰে তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে।

9101155285

সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱন সুখময়  মংগলময় হওঁক। নৱবৰ্ষই সকলোৰে জীৱনলৈ ক...
01/01/2026

সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱন সুখময় মংগলময় হওঁক। নৱবৰ্ষই সকলোৰে জীৱনলৈ কঢ়িয়াই অনাবিল সুখ। শান্তি-প্ৰেম আনন্দৰ মাজেৰে সকলোৰে জীৱন অতিবাহিত হওঁক, কৰ্ম পথ সুগম হওঁক, ন ন পৰিকল্পনাৰে সকলোৱে আগবাঢ়ি আহক তাৰেই কামনাৰে শুভ নৱবৰ্ষ ২০২৬ । ‌

এই নৱবৰ্ষত আপুনিও যদি আমাৰ থলুৱা খাদ্যৰ জুতি লৱ বিচাৰিছে তেন্তে পলম নকৰি তলত দিয়া নম্বৰত যোগাযোগ কৰক আৰু মন পছন্দৰ খাদ্যৰ অৰ্ডাৰ কৰক।

যোগাযোগৰ ঠিকনাঃ Namami কিটচেন
বিহামপুৰ, নলবাৰী

ফোন নম্বৰঃ ৯১০১১৫৫২৮৫/৭০৮৬২৪২১৩৪

Address

Bihampur
Nalbari
781303

Website

Alerts

Be the first to know and let us send you an email when Namami কিটচেন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share