A Khabor digital

A Khabor digital Assam Hindi news live
( follow for more) local news will come every day

20/08/2026

#তিনিচুকীয়াৰ পৰা আহিছে এটা ডাঙৰ খবৰ।
ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সফলতা লাভ কৰিছে হিজুগুৰী আৰক্ষী আৰু পানীতোলা আৰক্ষী চকীৰ যুটীয়া দলে।

প্রাপ্ত তথ্য অনুসৰি যুটীয়া আৰক্ষীৰ দলে আজি পানীতোলাৰ বেতনিৰ পানী মুদি গাঁৱৰ এটা ঘৰত অভিযান চলায়। অভিযানৰ সময়ত আৰক্ষীয়ে সেই ঘৰ পৰা ড্ৰাগছ সহ এজন যুৱকক আটক কৰে।

19/08/2026

'মেঘালয়ত অসমৰ পৰ্যটকৰ ওপৰত কৰা আ* কেতিয়াও গ্রহণযোগ্য নহয়। প্রতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে। কিন্তু, প্ৰতিবাদৰ নামত জনতাক আ**মণ কৰা, সম্পত্তি ধ্বংস কৰাৰ অধিকাৰ কোনে দিলে

19/08/2026

বনবিভাগৰ তৎপৰতা আৰু ল'ক' পাইলটৰ সহযোগত লংকাত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বন্যহস্তীৰ এটি বৃহৎ জাকৰ

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰে'লখন ৰখাই সুকলমে বনবিভাগৰ লোকে পাৰ কৰে বৃহৎ হাতীৰ জাকটো

19/08/2026

#তিনিচুকীয়াৰ পৰা আহিছে এটা ডাঙৰ খবৰ।ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সফলতা লাভ কৰিছে হিজুগুৰী আৰক্ষী আৰু পানীতোলা আৰক্ষী চকীৰ যুটীয়া দলে।


প্রাপ্ত তথ্য অনুসৰি যুটীয়া আৰক্ষীৰ দলে আজি পানীতোলাৰ বেতনিৰ পানী মুদি গাঁৱৰ এটা ঘৰত অভিযান চলায়। অভিযানৰ সময়ত আৰক্ষীয়ে সেই ঘৰ পৰা ড্ৰাগছ সহ এজন যুৱকক আটক কৰে।

19/08/2026

#তিনিচুকীয়া জিলাৰ ডুমডুমাৰ পৰা এটা অতি ইতিবাচক আৰু সকাহদায়ক খবৰ পোহৰলৈ আহিছে। পথ সুৰক্ষাক লৈ ডুমডুমা আৰক্ষী বৰ্তমান সম্পূর্ণ একচন মডত আছে। যেতিয়াৰে পৰা নতুন ট্ৰেফিক ইনচার্জ পৰেশমনি তালিবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিছে, তেতিয়াৰে পৰা চহৰখনৰ যাতায়াত ব্যৱস্থাত এক ডাঙৰ আৰু ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে।

19/08/2026

#যোৰহাটৰ DRUGS PARTY ত যুৱতী অন্বেষা শইকীয়াৰ ৰহস্যজনক মৃ*ত্যু ৰ ঘটনাত ডাঙৰ আপডেট।

19/08/2026

শদিয়াত দুদিনীয়াকৈ বিশ্ব ফটোগ্ৰাফী দিৱস পালন

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সৌজন্যত, শদিয়া প্ৰেছ ক্লাৱৰ উদ্যোগত শদিয়া মহাবিদ্যালয়ত দুদিনীয়াকৈ পালন কৰা হয় বিশ্ব ফটোগ্রাফী দিৱস।

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত হোৱা bubul baruah bubu   ...
19/08/2026

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত হোৱা bubul baruah bubu

19/08/2026

যোৰহাটত যুৱতীৰ মৃ*ত্যুত ৰহস্য

যোৰহাটৰ ৰৰৈয়া আৰক্ষী চকীৰ অন্তৰ্গত পকামূৰা ন-পমুৱা গাঁৱৰ অস্নেষা শইকীয়া নামৰ এগৰাকী ১৮ বছৰীয়া যুৱতীৰ শনিবাৰে যোৰহাট মেডিকেল কলেজত মৃ*ত্যু হোৱাৰ পাছতেই সৃষ্টি হৈছে ৰহস্যৰ

18/08/2026

কাজিৰঙাক ধ্বংসৰ মুখলৈ ঠেলি নিদিব: চৰকাৰলৈ 'বৃহত্তৰ অসমীয়া যুৱ মঞ্চ'ৰ সকীয়নি।

​কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিস্থিতিক সংবেদনশীল অঞ্চল (Eco-Sensitive Zone) ১০ কিঃমিঃৰ পৰা মাত্ৰ ১ কিঃমিঃলৈ হ্ৰাস কৰাৰ চৰকাৰী সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে 'বৃহত্তৰ অসমীয়া যুৱ মঞ্চ'ই। অভয়াৰণ্যখনৰ অস্তিত্ব সুৰক্ষিত ৰখাৰ স্বাৰ্থত কেন্দ্ৰীয় সম্পাদক মানসজ্যোতি বৰুৱাই বন বিভাগক এই আত্মঘাতী পদক্ষেপ শীঘ্ৰেই বাতিল কৰিবলৈ দাবী জনাইছে।

Address

Tinsukia

Alerts

Be the first to know and let us send you an email when A Khabor digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category